ETV Bharat / bharat

তামেৰে তৈয়াৰী আঙুঠি পিন্ধাৰ গুণাগুণ - তামেৰে তৈয়াৰী আঙুঠি পিন্ধাৰ গুণাগুণ

তাম এক উল্লেখনীয় ধাতু ৷ ইয়াৰ ব্যৱহাৰৰ বহুটো সুফল আছে ৷ তামৰ ব্যৱহাৰক লৈ এক প্ৰতিবেদন ৷

তামেৰে তৈয়াৰী আঙুঠি পিন্ধাৰ গুণাগুণ
তামেৰে তৈয়াৰী আঙুঠি পিন্ধাৰ গুণাগুণ
author img

By

Published : Jul 7, 2020, 9:46 PM IST

Updated : Jul 9, 2020, 4:28 PM IST

নিউজ ডেস্ক, 7 জুলাই : তামৰ হৈছে এক অন্যতম পুৰনি ধাতু যাৰ বেক্টেৰিয়া বিৰোধী তথা ক্ষুদ্ৰ বেক্টেৰিয়া বিৰোধী ক্ষমতা আছে ৷ আমাৰ পূৰ্বপুৰুষসকলে ইয়াক দৈনন্দিন ব্যৱহাৰ কৰাত অধিক গুৰুত্ব প্ৰদান কৰিছিল ৷ আমি খাদ্য আৰু পানীৰ সহায়ত কপাৰ সেৱনো কৰিব পাৰো ৷ কাজু, ড্ৰাইড ফুডছ, জালুক আৰু য়িষ্টত মাত্ৰাধিক পৰিমানে কপাৰ থাকে ৷ তামে ৰোগ প্ৰতিৰোধী ক্ষমতা অধিক পৰিমানে বৃদ্ধি কৰিব পাৰে আৰু ইয়াৰ দ্বাৰা ধনাত্মক শক্তি উদ্ভৱ হয় ৷

তলত তামৰ বিষয়ে জানিবলগীয়া কিছু গুণাগুণ উল্লেখ কৰা হ'লঃ

 স্বাস্থ্যৱান ৰোগ প্ৰতিৰোধী ক্ষমতা : তামৰ তেজ বিশুদ্ধ কৰাৰ ক্ষমতাৰ দ্বাৰা মানৱ দেহত তেজৰ গতি বৃদ্ধি পায় ৷ তামে অন্যান্য ধাতুৰ ক্ষতিকাৰক অৱস্থাৰ পৰাও মানৱ শৰীৰক ৰক্ষা কৰে ৷

 হৃদৰোগক পুনৰুজ্জীৱিত কৰে : তামে আমাৰ হৃদযন্ত্ৰক স্বাস্থ্যৱান কৰি ৰখাৰ লগতে হৃদৰোগ তথা অন্যান্য ৰোগৰ পৰা সুৰক্ষা প্ৰদান কৰে ৷

 ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে : তামে আমাৰ দেহৰ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিব পাৰে ৷ যাৰ ৰক্তচাপৰ সমস্যা আছে তেওঁলোকৰ বাবে তাম এক উল্লেখনীয় সমাধান ৷

 হৃদসংবহনী স্বাস্থ্য উন্নত কৰে : তামে আমাৰ দেহত কোলাজেন, ইলাষ্টিন আৰু ফাইবাৰ বৃদ্ধি কৰে আৰু acute aortic aneurysmsৰ পৰা আমাক ৰক্ষা কৰে ৷

 হাড়ক মজবুত কৰে : তামৰ সন্ধিৰ বিষকে ধৰি হাড়ৰ ৰোগ ভাল কৰাৰ ক্ষমতা আছে ৷ হাড়ৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাৰ লগতে হাড় মজবুত কৰাত তামৰ বিশেষ ভূমিকা পালন কৰে ৷

 বয়সৰ চাপ ৰোধ : বয়সৰ চাপ ৰোধ কৰাত তামে উল্লেখনীয় ভূমিকা পালন কৰে ৷ তামে ইলাষ্টিক ফাইবাৰৰ ঘনত্ব বৃদ্ধি কৰাৰ উপৰিও চুলি আৰু ছালৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ কোলাজেনৰ বৃদ্ধিত সহায় কৰে ৷

 জ্যোতিষ আৰু আধ্যাত্মিক গুণ : তামে আমাৰ মনৰ পৰা খং আৰু অস্থিৰ চিন্তাবোৰ আতৰি যোৱাত সহায় কৰে ৷ ইয়াৰ মন আৰু আত্মাৰ ওপৰত এক আধ্যাত্মিক প্ৰভাৱ পৰে ৷ তামৰ আঙুঠি পৰিধান কৰিলে আমাৰ ব্যক্তিত্ব আধ্যাত্মিকভাৱে উন্নত হয় ৷

শেহতীয়াকৈ University of Southamptomৰ দ্বাৰা কৰা হোৱা এক গৱেষণাত তামৰ বিষয়ে এক অনন্য তথ্য পোহৰলৈ আহিছে ৷ গৱেষণাত পোৱা গৈছে যে, তামে শ্বাসজনিত ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিব পাৰে আৰু শ্বাসজনিত ভাইৰাছ যেনে, severe acute respiratory syndrome(SARS) আৰু Middle east respiratory syndrome(MERS)ৰ দৰে ভাইৰাছৰ সংক্ৰমণ ৰোধত এই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷

Last Updated : Jul 9, 2020, 4:28 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.