ETV Bharat / bharat

চন্দ্ৰযান-2 অভিযানৰ সবিশেষ... - চন্দ্ৰৰ কক্ষপথ

মাত্ৰ কেইটামান মূহুৰ্ততৰ পিচতে ইতিহাস ৰচাৰ পথত ভাৰতবৰ্ষ ৷ চন্দ্ৰযান-2 য়ে চন্দ্ৰৰ কক্ষপথত অৱতৰণ কৰাৰ পিচতে শনিবাৰে মাজনিশা চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব ৷ ভাৰতৰ চন্দ্ৰযান অভিযানৰ সবিশেষ চাওক....

চন্দ্ৰযান-2 অভিযানৰ সবিশেষ...
author img

By

Published : Sep 6, 2019, 7:44 PM IST

Updated : Sep 6, 2019, 11:58 PM IST

চন্দ্ৰযান-2 ৰ বাজেটঃ

  • সৰ্বমুঠ ব্যয়- 978 কোটি টকা
  • অভিযানৰ খৰচ- 603 কোটি টকা
  • উৎক্ষেপণ খৰচ- 375 কোটি টকা
    চন্দ্ৰযান-2 অভিযানৰ সবিশেষ...

চন্দ্ৰযান-1ৰ ঘটনাক্ৰমঃ

  • 1999: ভাৰতীয় বিজ্ঞান সমিতিৰ বৈঠকত চন্দ্ৰ অভিযানৰ সিদ্ধান্ত গ্ৰহণ
  • 15 আগষ্ট, 2003ঃ ভাৰতৰ চন্দ্ৰ অভিযান সম্পৰ্কত প্ৰথমটো ঘোষণা তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ
    চন্দ্ৰযান-2 অভিযানৰ ঘটনাক্ৰম
  • 22 অক্টোবৰ, 2008ঃ শ্ৰী হৰিকোটাৰ পৰা চন্দ্ৰযান-1 উৎক্ষেপণ
  • 08 নৱেম্বৰ, 2008ঃ চন্দ্ৰযান-1 চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ
  • 14 নৱেম্বৰ, 2008ঃ চন্দ্ৰৰ দক্ষিণ অঞ্চলত চন্দ্ৰৰ মহাকৰ্ষণিক প্ৰভাৱত পৰীক্ষণ ব্যাহত
  • 28 আগষ্ট, 2009ঃ চন্দ্ৰযান-1 ৰ অভিযান সমাপ্ত
  • 2007 চনঃ ৰাছিয়াৰ মহাকাশ গৱেষণা কেন্দ্ৰৰ সৈতে চন্দ্ৰযান অভিযান-2 সম্পৰ্কত চুক্তিত স্বাক্ষৰ ইছৰোৰ
  • 2011 চনঃ চন্দ্ৰযান-2 উৎক্ষেপণৰ বাবে ৰাছিয়াৰ অপাৰগতা প্ৰকাশ
  • 2013 চনঃ ভাৰতে নিজা প্ৰচেষ্টাৰে চন্দ্ৰ অভিযান চলোৱাৰ সিদ্ধান্ত
  • 22.07.2019ঃ চন্দ্ৰযান-2 উৎক্ষেপণ
  • 02.09.2019ঃ চন্দ্ৰযান-2 চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ
  • 07.09.2019ঃ চন্দ্ৰযান-2 ভূমিপৃষ্ঠত স্পৰ্শ কৰিব

চন্দ্ৰযান-2ৰ বিশেষত্বঃ

  • চন্দ্ৰযান-2 এ চন্দ্ৰযান-1ৰ পৰৱৰ্তী পৰিকল্পনা
  • চন্দ্ৰযান-2 হৈছে চন্দ্ৰৰ দক্ষিণ অঞ্চলত প্ৰৱেশ কৰা প্ৰথমখন যান
  • বিশ্বৰ ভিতৰতে ভাৰত হৈছে চতুৰ্থখন দেশ যিয়ে চন্দ্ৰ অনায়াসে প্ৰৱেশ কৰিছে
  • সম্পূৰ্ণ থলুৱা প্ৰযুক্তিৰে নিৰ্মাণ কৰা হৈছে চন্দ্ৰযান-2
  • চন্দ্ৰযান-2 অভিযানত 30 শতাংশ মহিলাই ভূমিকা লৈছে
  • প্ৰথমবাৰলৈ এই অভিযানত দুগৰাকী মহিলাই নেতৃত্ব লৈছে
  • এই অভিযানৰ প্ৰকল্প সঞ্চালক এম ভনিতা,অভিযান সঞ্চালক ৰিতু কাৰিঢাল
  • যানখনৰ এটা অংশত অশোক চক্ৰ খোদিত হৈ আছে
  • যানখনত ভাৰতীয় পতাকা অংকিত কৰা হৈছে
  • এই অভিযান অনাগত এবছৰলৈ অব্যাহত থাকিব
  • পৃথিৱীৰ সময়কালেৰে 14 দিন ধৰি যানখনে চন্দ্ৰ পৃষ্ঠত বিভিন্ন অনুসন্ধান চলাব

চন্দ্ৰযান-2 অভিযানৰ লক্ষ্যঃ

  • সূক্ষ্মভাৱে অৱতৰণ কৰাৰ ক্ষমতা
  • চন্দ্ৰ পৃষ্ঠ আৰু আয়ন'স্ফিয়েৰৰ পৰিৱেশ অধ্যয়ন চলাব
  • চন্দ্ৰত খনিজৰ সন্ধান চলাব
  • চন্দ্ৰত পানীৰ উপস্থিতি সম্পৰ্কত অধ্যয়ন চলাব

Intro:Body:

Journey of Chandrayaan-2

Conclusion:
Last Updated : Sep 6, 2019, 11:58 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.