ETV Bharat / bharat

সন্ত্ৰাসবাদীৰ আক্ৰমণৰ আশংকাৰে মুম্বাইত হাই এলাৰ্ট জাৰি

author img

By

Published : Oct 27, 2020, 2:19 PM IST

বিত্তীয় ৰাজধানী মুম্বাইত উৎসৱৰ সময়ছোৱাত সন্ত্ৰাসবাদীৰ ড্ৰোণ বা ক্ষেপনাস্ত্ৰৰ আক্ৰমণৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি, হাই এলাৰ্ট জাৰি কৰা হৈছে ৷

মুম্বাইত হাই এলাৰ্ট জাৰি
মুম্বাইত হাই এলাৰ্ট জাৰি

নেশ্যনেল ডেস্ক, 27 অক্টোবৰ: উৎসৱৰ সময়ত সন্ত্ৰাসবাদীৰ সাম্ভাব্য আক্ৰমণৰ তথ্য লাভ কৰাৰ পাচতে, মুম্বাই চহৰত আৰক্ষীয়ে এক উচ্চ পৰ্যায়ৰ সতৰ্কতা অৱলম্বন কৰিছে ৷

সন্ত্ৰাসবাদীৰ আক্ৰমণৰ সম্ভাৱনাৰে মুম্বাইত হাই এলাৰ্ট জাৰি
সন্ত্ৰাসবাদীৰ আক্ৰমণৰ আশংকাৰে মুম্বাইত হাই এলাৰ্ট জাৰি

মুম্বাই আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, চলিত উৎসৱৰ সময়ত মুম্বাইৰ জনবসতিপূৰ্ণ স্থানত ড্ৰোণ বা ক্ষেপনাস্ত্ৰৰে আক্ৰমণ হ'ব পাৰে বুলি এই সতৰ্কতা অৱলম্বন কৰিছে ৷ যাৰ বাবে আৰক্ষীয়ে ৰিম'টচালিত ড্ৰোণ, মাইক্ৰলাইট বিমানৰ সঞ্চালনত প্ৰতিবন্ধতা আৰোপ কৰিছে ৷

মুম্বাই আৰক্ষীয়ে সেই হিংসাত্মক পৰিযোজনাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ এই নিৰ্দেশনা অক্টোবৰৰ 30 ৰ পৰা 28 নৱেম্বৰলৈ জাৰি থাকিব ৷

লগতে পঢ়ক: অৱশেষত যুদ্ধবিৰতিলৈ অহাৰ সিদ্ধান্ত আৰ্মেনিয়া আৰু আজাৰবেইজানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.