ETV Bharat / bharat

অজয় কুমাৰক নতুন প্ৰতিৰক্ষা সচিব নিযুক্ত - জ্যেষ্ঠ প্ৰশাসনিক বিষয়া (IAS) অজয় কুমাৰ

নতুন প্ৰতিৰক্ষা সচিব হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে জ্যেষ্ঠ প্ৰশাসনিক বিষয়া (IAS) অজয় কুমাৰক ৷ আগষ্টৰ 23 তাৰিখে তেওঁ এই পদবীত অধিস্থিত হ'ব ৷

অজয় কুমাৰক নতুন প্ৰতিৰক্ষা সচিব নিযুক্ত
author img

By

Published : Aug 21, 2019, 11:34 PM IST

নেশ্বনেল ডেস্ক, 21 আগষ্ট : কেবিনেটৰ নিযুক্তি প্ৰদানকাৰী কমিটিয়ে বুধবাৰে জ্যেষ্ঠ প্ৰশাসনিক বিষয়া (IAS) অজয় কুমাৰক নতুন প্ৰতিৰক্ষা সচিব হিচাপে নিযুক্তি প্ৰদান কৰিছে ৷

  • Thanks for warm wishes on my appointment as Defence Secretary. Will like to express my sincere gratitude to all colleagues/friends in the Govt., MoD, Services, DPSUs/OFB, industry, media academia who have supported me in my role as Secretary Defence Prodn
    A BIG THANK YOU to all.

    — Ajay Kumar (@drajaykumar_ias) August 21, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

বৰ্তমান প্ৰতিৰক্ষা প্ৰযোজনা বিভাগৰ সচিব হিচাপে দায়িত্ব পালন কৰি থকা কুমাৰ হৈছে 1985 চনৰ কেৰালা কেদাৰৰ প্ৰশাসনিক বিষয়া ৷ আগষ্টৰ 23 তাৰিখে তেওঁ বৰ্তমানৰ প্ৰতিৰক্ষা সচিব সঞ্জয় মিত্ৰাৰ স্থান পদত অধিস্থিত হ'ব ৷

ইয়াৰোপৰি, অজয় কুমাৰৰ বৰ্তমানৰ প্ৰতিৰক্ষা প্ৰযোজনা বিভাগৰ সচিব পদত নিযুক্তি প্ৰদান কৰা হ'ব প্ৰশাসনিক বিষয়া সুভাষ চন্দ্ৰক ৷ তেওঁ বৰ্তমান প্ৰতিৰক্ষা বিভাগত এজন বিশেষ সচিব হিচাপে কৰ্মৰত ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.