ETV Bharat / bharat

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনত প্ৰতিদন্দিতা কৰিব আছাউদ্দিন ওৱেছিৰ দলে

author img

By

Published : Aug 23, 2019, 1:56 PM IST

ঝাৰখণ্ডৰ আহিব লগা বিধানসভা নিৰ্বাচনত প্ৰতিনন্দিতা কৰাৰ উদ্দেশ্যে ৰাজ্যখনত দলীয় গোট গঠন আছাউদ্দিন ওৱেছি নেতৃত্বাধীন AIMIM ৰ ৷

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনত প্ৰতিদন্দিতা কৰিব আছাউদ্দিন ওৱেছিৰ দলে

হাইদৰাবাদ, 23 আগষ্টঃ অল ইণ্ডিয়া মজলিচ ইত্তেহাদুল মুছালিমীন চমুকৈ AIMIM য়ে ঝাৰখণ্ডৰ আহিব লগা বিধানসভা নিৰ্বাচনত প্ৰতিদন্দিতা কৰাৰ উদ্দেশ্যে ৰাজ্যখনত দলীয় গোট গঠন কৰিছে ৷ দলৰ মূৰব্বী আছাউদ্দিন ওৱেছিয়ে এই কথা জানিবলৈ দি কয় যে, সমগ্ৰ দেশৰ সংখ্যালঘু সকলৰ উন্নয়নৰ স্বাৰ্থত AIMIM ৰ সম্প্ৰসাৰণ কৰা হ'ব ৷ উল্লেখযোগ্য যে, মূলত সংখ্যালঘু কেন্দ্ৰিক হ'লেও AIMIM য়ে শেহতীয়াকৈ অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনত হাইদৰাবাদৰ লগতে মহাৰাষ্ট্ৰৰো এটা সমষ্টিত জয়ী হ'বলৈ সক্ষম হৈছিল ৷ লগতে অক্টোবৰ মাহত হ'বলগীয়া মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনতো দলটোৱে প্ৰতিদন্দিতা কৰিব বুলি জানিবলৈ দিয়ে আছাউদ্দিন ওৱেছিয়ে ৷

Intro:Body:

DD

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.