মুম্বাই,৩ জুলাই: মংগলবাৰে অন্ধকাৰ জগতৰ ডন ডাউদ ইব্ৰাহিমৰ ঘনিষ্ঠ সহযোগী ৰিয়াজ ভাটিক গ্ৰেপ্তাৰ কৰে মুম্বাই আৰক্ষীয়ে। এইজন ৰিয়াজ ভাটি হৈছে আৰক্ষীৰ ম'ষ্ট ৱান্টেড তালিকাৰ এজন। মুম্বাই আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাই আটক কৰে ভাটিক। দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গ অভিমুখে যোৱাৰ সময়তে আৰক্ষীয়ে মুম্বাই বিমানবন্দৰৰ পৰা আটক কৰে ৰিয়াজ ভাটিক।
উল্লেখ্য যে ২০০৭ আৰু ২০০৮ চনৰ খাণ্ডালা গুলীকাণ্ডৰ সৈতে জড়িত আছিল ডাউদৰ ঘনিষ্ঠ ভাটি। ইয়াৰ উপৰি ২০০৯ চনৰ মালাড ভূমি অধিগ্ৰহনতো নাম সাঙোৰ খাই আছে ৰিয়াজ ভাটিৰ।
মুম্বাইত আটক ডাউদ ইব্ৰাহিমৰ ঘনিষ্ঠ - ETV BHARAT ASSAM
মুম্বাইৰ ছত্ৰপতি শিৱাজী বিমানবন্দৰত ২০১৫ চনত আটক কৰা হৈছিল ৰিয়াজ ভাটি নামৰ এজন লোকক। অভিযোগ আছিল বেআইনীভাৱে নিজৰ লগত দুখন পাছপ'ৰ্ট ৰখা। এই ৰিয়াজ ভাটি হৈছে অন্ধকাৰ জগতৰ ডন ডাউদ ইব্ৰাহিমৰ ঘনিষ্ঠ। নিৰাপত্তা সংক্ৰান্তীয় চেকিঙৰ সময়তে আটক কৰা হয় ভাটিক। আৰক্ষীয়ে জনোৱা অনুসৰি ৰিয়াজ ভাটিৰ পৰা দুইধণৰ তথ্য থকা দুখন পাছপ'ৰ্ট বাজেয়াপ্ত কৰা হৈছে।
মুম্বাইত আটক ডাউদ ইব্ৰাহিমৰ ঘনিষ্ঠ

IMAGE, ETV BANGLA