ETV Bharat / bharat

ত্ৰিপুৰা-মিজোৰাম সীমান্তত উদ্ধাৰ অপহৃতৰ মৃতদেহ

author img

By

Published : Jan 15, 2021, 10:53 PM IST

ত্ৰিপুৰা-মিজোৰাম সীমান্তত শুকুৰবাৰে উদ্ধাৰ হয় ত্ৰিপুৰাৰ অপহৃত ললিত নাথৰ মৃতদেহ ৷ অপহৃতৰ সন্ধানত ত্ৰিপুৰা-অসম আৰু ত্ৰিপুৰা মিজোৰাম সীমান্তত ডেৰ মাহ ধৰি আৰক্ষীয়ে চলাইছিল তালাচী ৷

abducted-litan-found-dead-udlfb-nlft-militants-take-responsibility
ত্ৰিপুৰা-মিজোৰাম সীমান্তত উদ্ধাৰ অপহৃতৰ মৃতদেহ

আগৰতলা,15 জানুৱাৰী : ত্ৰিপুৰা-অসম আৰু ত্ৰিপুৰা মিজোৰাম সীমান্তত ডেৰ মাহ ধৰি আৰক্ষীৰ কঠোৰ তালাচী অভিযান তথা তদন্তৰ অন্তত অপহৃত ললিত নাথৰ মৃতদেহ শুকুৰবাৰে ত্ৰিপুৰা-মিজোৰাম সীমান্তত উদ্ধাৰ কৰা হয় ৷

আৰক্ষীৰ সুত্ৰই জানিবলৈ দিয়া অনুসৰি,আৰক্ষীয়ে ললিত নাথৰ অপহৰণকাণ্ডৰ তদন্তত প্ৰথম সফলতা 12 জানুৱাৰীত টকৰাজালাৰ পৰা তিনি এনএলএফটি আৰু এক ইউডিএলএফবিৰ কেডাৰক গ্ৰেপ্তাৰৰ পাছত লাভ কৰিছিল ৷ এই উগ্ৰপন্থী সদস্য কেওজনক আদালতত হাজিৰ কৰোৱাৰ পিছত আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছিল ৷ যাৰ পাছতে আৰক্ষীৰ জেৰাত তেওঁলোকে দাবী কৰিছিল যে বিগত বৰ্ষৰ ২৭ নৱেম্বৰত নিশা এই অপহৰণৰ দায়িত্ব লোৱা হৈছিল।

লগতে পঢ়ক: ভাৰতত প্ৰৱেশৰ বাবে সাজু তিনি চাৰি শতাধিক পাক প্ৰশিক্ষণপ্ৰাপ্ত সন্ত্ৰাসবাদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.