নেশ্যনেল ডেস্ক, 11 ফেব্ৰুৱাৰী : 62 খন আসন দখলেৰে দিল্লীত পুনৰ চৰকাৰ গঠন কৰিলে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টী চৰকাৰে ৷ এই জয়েৰে ক্ৰমাগতভাৱে তৃতীয়বাৰৰ বাবে শাসনত অধিষ্ঠিত হ'ব কেজৰিৱাল ৷
আনহাতে, বিজেপিয়ে 8 খন আসন দখল কৰাৰ পৰিৱৰ্তে 15 বছৰৰ বাবে দিল্লী শাসন কৰা কংগ্ৰেছে এখনো আসন দখল কৰিবলৈ সক্ষম নহ'ল ৷
আৰু পঢ়ক : জনশূণ্যত পৰিণত দিল্লীস্থিত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়