ETV Bharat / bharat

জৰা ফুকাৰ নামত দুবছৰীয়া কনমানিক হত্যা ভেমপায়াৰৰ - Vampire Kills the Two year old

প্ৰবীন আৰু তেখেতৰ পত্নীয়ে নিজৰ দুবছৰীয়া কন্যাক জৰা-ফুকাৰ বাবে ভেমপায়াৰৰ কাষলৈ লৈ যায় ৷ ইয়াৰ পিছতেই ভেমপায়াৰে শিশুটিক গছত বান্ধি কোবাবলৈ ধৰে ৷ লাঠিৰ কোবত শিশুটি লগে লগে মাটিত ঢলি পৰে আৰু ঘটনাস্থলীতেই মৃত্যু হয় দুবছৰীয়া কনমানিটোৰ ৷

A Vampire Kills the Two year old in Pretend of exorcism: Parents Alleged on Magician
জৰা ফুকাৰ নামত দুবছৰীয়া কনমানিক হত্যা ভেমপায়াৰৰ
author img

By

Published : Sep 28, 2020, 2:50 PM IST

নেশ্যনেল ডেক্স, 28 ছেপ্তেম্বৰঃ দুবছৰীয়া নিজ কন্যাক গছত বান্ধি লাঠিৰে কেবাই কোবাই হত্যা কৰা বুলি এজন ভেমাপায়াৰৰ ওপৰত অভিযোগ উত্থাপন কৰিছে কনমানিটোৰ পিতৃ-মাতৃয়ে ৷ ঘটনাটো সংঘটিত হৈছে কৰ্নাটকৰ চিত্ৰদুৰ্গা জিলাৰ আজ্জিক্যাতনহল্লীত ৷ প্ৰবীন নামৰ লোকজনে নিজ পত্নীৰ সৈতে কন্যাক ওচৰৰে এজন ভেমাপায়াৰৰ কাষলৈ জৰা ফুকা কৰিবলৈ লৈ গৈছিল ৷ কিন্তু এই কাৰ্যত নিজ কন্যাক হেৰুৱাবলগীয়া হোৱাত এতিয়া শোকত ভাঙি পৰিছে পিতৃ-মাতৃ ৷

পিতৃ-মাতৃৰ ভাষ্য অনুসৰি আজ্জিক্যাতনহল্লীৰ ৰাকেশ নামৰ লোকজনে নিজকে ভেমপায়াৰ বুলি পৰিচয় দি আহিছিল ৷ ৰাকেশে কৈছিল শিশুটিৰ ওপৰত এটি পিশাচৰ ছাঁ আছে যাৰ বাবে শিশুটিৰ বাৰে বাৰে বিপদ সংঘটিত হৈ আহিছে ৷ ৰাকেশৰ কথাত ভুল গৈ প্ৰবীন আৰু তেখেতৰ পত্নীয়ে জৰা-ফুকাৰ বাবে ভেমপায়াৰটোৰ কাষলৈ লৈ যায় ৷ ইয়াৰ পিছতেই ৰাকেশে শিশুটিক আক গছত বান্ধি কোবাবলৈ ধৰে ৷ লাঠিৰ কোবত শিশুটি লগে লগে মাটিত ঢলি পৰে আৰু ঘটনাস্থলীতেই মৃত্যু হয় দুবছৰীয়া কনমানিটিৰ ৷

ইতিমধ্যে ঘটনা সন্দৰ্ভত চিক্কাজজুৰু আৰক্ষী চকীত ভেমপায়াৰ ৰাকেশৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে ভুক্তভোগী পিতৃ-মাতৃয়ে ৷

লগতে পঢ়ক-ঐতিহাসিক শিৱ দ’লত সৌৰ চাকি সংস্থাপনক লৈ প্ৰতিক্ৰিয়া

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.