ETV Bharat / bharat

উত্তৰ প্ৰদেশত 20 ৰো অধিক শিশুক পণবন্দী কৰিলে এগৰাকী লোকে

author img

By

Published : Jan 30, 2020, 11:43 PM IST

উত্তৰ প্ৰদেশৰ ফাৰুখাবাদত এগৰাকী লোকে জন্মদিন বুলি একাংশ শিশুক ঘৰলৈ নিমন্ত্ৰণ কৰি আনি এটা কোঠাত বন্দী কৰি থয় ৷ কেৱল ইয়াতেই ক্ষান্ত নাথাকি অভিযুক্তজনে গুলীচালনাও কৰে ৷ গুলীচালনাত কেইবাগৰাকীও লোক আহত হয় ৷

উত্তৰ প্ৰদেশ
উত্তৰ প্ৰদেশ

নেশ্য়নেল ডেস্ক, 30 জানুৱাৰীঃ উত্তৰ প্ৰদেশৰ ফাৰুখাবাদৰ কোটৱালীত এগৰাকী ব্যক্তিয়ে 20ৰো অধিক শিশুক নিজৰ ঘৰত পণবন্দী কৰে ৷ অভিযুক্তজনে ঘৰৰ পৰা গুলীচালনাও কৰে ৷ সেই গুলীচালনাত এগৰাকী আৰক্ষীৰ লোক আহত হয় ৷ আহত আৰক্ষীৰ লোকগৰাকীয়ে জানিব দিয়া মতে, অভিযুক্তই 20-21 জন শিশুক বন্দী কৰে ৷ শিশু কেইটাক উদ্ধাৰ কৰিবলৈ লক্ষ্নৌৰ পৰা এ.টি.এছৰ দল আহে ৷ উল্লেখ্য যে, ঘৰটোৰ ভিতৰৰ পৰা মহিলাৰো চিঞৰ বাখৰ শুনিবলৈ পোৱা গৈছে ৷ কিন্তু অভিযুক্ত লোকজনে চিলিণ্ডাৰেৰে ঘৰটো ধ্বংস কৰি দিয়াৰ ভাবুকি প্ৰদান কৰে ৷

উত্তৰ প্ৰদেশত 20 ৰো অধিক শিশুক পণবন্দী কৰিলে এগৰাকী লোকে
উত্তৰ প্ৰদেশত 20 ৰো অধিক শিশুক পণবন্দী কৰিলে এগৰাকী লোকে
উত্তৰ প্ৰদেশত 20 ৰো অধিক শিশুক পণবন্দী কৰিলে এগৰাকী লোকে
উত্তৰ প্ৰদেশত 20 ৰো অধিক শিশুক পণবন্দী কৰিলে এগৰাকী লোকে

লোকজনে কৰা গুলীচালনাত গাঁওখনৰ স্থানীয় লোকো আহত হয় ৷ ঘটনাস্থলীত অধিক সংখ্যক আৰক্ষীৰ লোক উপস্থিত হয় ৷ উল্লেখ্য যে, মহম্মদাবাদৰ কোটৱালীৰ নিবাসী সুভাষ বাথমৰ জীয়ৰী গৌৰীৰ জন্মদিন উপলক্ষে স্থানীয় সকলো শিশুকে নিমন্ত্ৰণ জনায় ৷ জন্মদিন পালন কৰাৰ পিচত তেওঁ শিশুকেইটাক ঘৰৰ এটা কোঠাত বন্দী কৰি থয় ৷ তাৰ পৰৱৰ্তী সময়ত লোকদনে মদ্যপান কৰি ঘৰৰ চাদত উঠি চিঞৰি চিঞৰি কয় যে, আৰক্ষীয়ে যদি তেওঁৰ কৰায়ত্ব কৰিবলৈ আহে তেন্তে তাৰ পৰিণাম অতিকৈ ভয়াৱহ হ'ব ৷ ইয়াৰ পিচতে স্থানীয় লোকসকল একত্ৰিত হৈ আৰু আৰক্ষীক খবৰ দি ঘটনাস্থলীত উপস্থিত হয় ৷

সদ্যপ্ৰাপ্ত তথ্য অনুসৰি অভিযুক্ত গৰাকীয়ে 10 মহীয়া শিশু এটিক মুকলি কৰি দিয়ে ৷

Intro:Body:

फर्रुखाबाद

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.