ETV Bharat / bharat

কেৰালাত 1,494 গৰাকীলৈ বৃদ্ধি কৰ'ণা আক্ৰান্তৰ সংখ্যা

author img

By

Published : Jun 3, 2020, 10:33 PM IST

বুধবাৰে কেৰালাত COVID-19 আক্ৰান্তৰ সংখ্যা 1,494 গৰাকীলৈ বৃদ্ধি পাইছে । কেৰালাত পুনৰ ৮২ গৰাকী লোকৰ দেহত পোৱা গৈছে COVID-19ৰ অৱস্থিতি ।

82 fresh cases in Kerala, COVID-19 tally touches 1,494
কেৰালাত 1,494 গৰাকীলৈ বৃদ্ধি কৰ'ণা আক্ৰান্তৰ সংখ্যা

নেশ্যনেল ডেস্ক, ৩ জুনঃ বুধবাৰে কেৰালাত পুনৰ ৮২ গৰাকী লোকৰ দেহত পোৱা গৈছে COVID-19ৰ অৱস্থিতি । ইয়াৰ ভিতৰত এগৰাকী চিকিৎসক আৰু ৪ গৰাকী স্বাস্থ্যকৰ্মীও আছে । কেৰালাত সম্প্ৰতি এই মহামাৰীত আক্ৰান্ত লোকৰ সংখ্যা 1,494 গৰাকীলৈ বৃদ্ধি পাইছে আৰু ১.৬ লাখ লোকক পৰ্যবেক্ষণত ৰখা হৈছে ।

উল্লেখ্য ৰাজ্যখনত মঙলবাৰৰ দিনটোক সৰ্বাধিক ৮৬ গৰাকী লোকৰ দেহত পোৱা গৈছিল COVID-19ৰ অৱস্থিতি । নতুনকৈ আক্ৰান্ত লোকসকলৰ ভিতৰত ৫৩ গৰাকী লোক বিদেশৰ পৰা অহা আৰু ১৯ গৰাকী লোক দেশৰ ভিন্ন ৰাজ্যৰ পৰা অহা । এক বৈঠকযোগে এই তথ্য প্ৰদান কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে । লগতে তেওঁ কয় যে, সম্প্ৰতি ৮৩২ গৰাকী লোক চিকিৎসাধীন অৱস্থাত আছে ।

লগতে চাওকঃ সীমা বিবাদৰ অন্তত চুলচুলত বিৰল লেফ্টেনেণ্ট জেনেৰেল স্তৰীয় বৈঠকত মিলিত ভাৰত-চীন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.