ডাঃ দেৱেন দত্ত হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান
এজন অভিযুক্তক ফাঁচীৰ বিপৰীতে অন্য 24 জনক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে আদালতে ৷ বিগত ১২ অক্টোবৰত এই সন্দৰ্ভত ৰায়দান দিছিল যোৰহাট জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ অধীনষ্ঠ ৰবীন ফুকনৰ আদালতে ৷ এই ৰায়দানৰ ভিত্তিতে দোষী সাব্যস্ত হৈছিল ২৫ জন অভিযুক্ত ৷
বিজেপিয়ে ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজনৈতিক দল সমূহক গ্ৰাস কৰিছেঃ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্য
অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ তথা সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য ইটিভি ভাৰতৰ লগত হোৱা এক আছুতীয়া সাক্ষাত কয় যে বিজেপিয়ে ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজনৈতিক দল সমূহক আঁকোৱালি লৈ বাঘ নখৰে আঁচোৰ মাৰিছে ।
MGNREGA ৰ আঁচনিৰ ধন হৰলুকিৰ অভিযোগ পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে
দলগাঁৱত এমজিএনৰেগা আঁচনি ৰূপায়নৰ নামত অনিয়মৰ অভিযোগ। কাম আৰম্ভ হোৱাৰ পিছতেই ৰাইজে ভাঙিলে আঁচনিৰ ফলক ।
শিৱসাগৰত এন এইচ এমৰ ঠিকা ভিত্তিক নাৰ্চৰ প্ৰতিবাদ
শিৱসাগৰত কৰ'ণা যোদ্ধাৰ প্ৰতিবাদ ৷ বিগত 15 বছৰে ধৰি স্বাস্থ্যকৰ্মী সকলে চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিলে নিজৰ ক্ষোভ ৷
ফিটনেচ চাৰ্টিফিকেট দিয়াৰ নামত ধনদাবী এজন চিকিৎসকৰ
একোখনকৈ ফিটনেচ চাৰ্টিফিকেটত প্ৰদান কৰাৰ নামত এশ টকাকৈ দিব লাগে এগৰাকী চিকিৎসকক ৷ যি সকলে এশ টকা দিবলৈ অমান্তি হয় তেঁওলোকক বিভিন্ন ধৰণে গালি-গালাজ কৰে চিকিৎসক গৰাকীয়ে ৷
ৰকিবুল হুছেইনৰ বিৰুদ্ধে সৰৱ এ.আই.ইউ.ডি.এফ
বটদ্ৰৱাত ৰকিবুল হুছেইনৰ বিৰুদ্ধে সংবাদমেল সম্বোধন এ.আই.ইউ.ডি.এফৰ ৷ ৰকিবুল হুচেইনে বিজেপিৰ হৈ কাম কৰি থকাৰ অভিযোগ উত্থাপন দলীয় এ.আই.ইউ.ডি.এফৰ কৰ্মকৰ্তা সকলৰ ৷
জাতীয় পৰিষদৰ লগত ৰাইজৰ দলৰ আসন বুজাবুজি হ'বঃ বীৰ লাচিত সেনা
চৰাইদেউত ৰাইজৰ দলৰ জিলা আহ্বায়ক সমিতি গঠন ৷ সভাত ৰাইজৰ দলৰ ৰাজ্যিক আহ্বায়ক লোহিত গগৈ, অংকুৰ শইকীয়াৰ লগতে বহু কেইগৰাকী আহ্বায়ক তথা চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তৰ পাঁচ শতাধিক ৰাইজে অংশ গ্ৰহণ কৰে ।
কৰ'ণাৰ প্ৰাদুৰ্ভাৱ: ক্ষতিগ্ৰস্ত বস্ত্ৰ ব্যৱসায়ী
শাৰদীয় পূজাৰ বতৰতো বস্ত্ৰ ব্যৱসায়ী সকলৰ অৱস্থা আগৰ দৰে টনকিয়াল নহয় চলিত বৰ্ষত ৷ চলিত বৰ্ষতো যেন এক আতংকময় আৰু প্ৰত্যাহ্বানৰ বৰ্ষ হিচাপে চিহ্নিত হৈ ৰ'ব বিশ্বৰ ইতিহাসত ৷
নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ বিৰুদ্ধে নিখিল ৰাভা ছাত্ৰ সন্থাৰ জেহাদ ঘোষণা
পলাশবাৰীত নিখিল ৰাভা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি গৰাকীৰ গুৰুত্বপূৰ্ণ মন্তব্য ৷ ক’লে, আগন্তক নিৰ্বাচনত ৰাভা হাছাঙত বিজেপিক ধূলিসাৎ কৰিব সংগঠনটোৱে ৷
দক্ষিণ চীন সাগৰক লৈ চীনক সাৱধানবানী জাপানৰ
জাপান আৰু ভিয়েটনামৰ মাজত সম্পাদিত চুক্তিয়ে দক্ষিণ চীন সাগৰত চীনৰ আগ্ৰাসনক লৈ প্ৰৱল প্ৰত্যাখান কৰিছে ৷ জাপানৰ প্ৰধানমন্ত্ৰীয়ে এই চুক্তিৰ দ্বাৰা দুয়োখন দেশৰ মাজৰ সুৰক্ষাগত দিশটো উন্নত কৰাৰ বিষয়ে উল্লেখ কৰিছে ৷ চুক্তিৰ দ্বাৰা ভিয়েটনামৰ স্থিতি দক্ষিণ চীন সাগৰত সৱল কৰি তোলাৰ বাবে জাপানে বহুটো সামৰিক সামগ্ৰী প্ৰদান কৰিব ৷