ETV Bharat / bharat

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি - 7 বজাৰ দহটা শীৰ্ষ বাতৰি

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি...

7 বজাৰ দহটা শীৰ্ষ বাতৰি
7 বজাৰ দহটা শীৰ্ষ বাতৰি
author img

By

Published : Aug 22, 2020, 7:05 PM IST

সন্মুখত নিৰ্বাচনঃ শিবিৰ বিভক্ত আঞ্চলিকতাবাদে সহায় কৰিব কাক ?

গুৰুত্বপূৰ্ণ কথাটো হ'ল লক্ষ্য একেটাই হ'লেও কিন্তু বহুধাবিভক্ত এই সকলো ৰাজনৈতিক শক্তি । কোনো কাৰণতে এই শক্তিসমূহ ঐক্যবদ্ধ হোৱাৰ সম্ভাৱনা নাই ।

কৃষি বিপ্লৱৰ নিদৰ্শন দাঙি ধৰা গোলাঘটাৰ শিখামণি

আমাৰ পথাৰ আমাৰ বজাৰ দখলৰ লক্ষ্য মনত লৈ ওলাই অহা গোলাঘাটৰ এগৰাকী যুৱতী ৷ পাৱাৰটিলাৰেৰে বোকাময় পথাৰত হাল বাই যুৱতীগৰাকীয়ে দেখুৱাইছে কৃষি বিপ্লৱৰ নিদৰ্শন ৷

কৃষক মুক্তিৰ নতুন ৰাজনৈতিক দলঃ অখিল গগৈ হ'ব মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী

2021ৰ বিধানসভা নিৰ্বাচনত পূৰ্ণ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ হুংকাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৷ সেইমৰ্মে নতুনকৈ আত্মপ্ৰকাশ হ’ব কৃষক মুক্তিৰ নতুন আঞ্চলিক ৰাজনৈতিক দলৰ ৷ মহানগৰীৰ গান্ধীবস্তিস্থিত কাৰ্যালয়ত সংবাদমেলযোগে কৃষক মুক্তিৰ সভাপতি ভাস্কো ডি শইকীয়াই জানিবলৈ দিয়ে এই কথা ৷

ত্ৰিপুৰাত গছৰ তলত শিক্ষাদানৰ অধিসূচনা জাৰি

মহামাৰীৰ সময়ছোৱাত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে শিক্ষা বিভাগ । কৰ'ণাৰ ভয়ত বিগত বহু মাহ ধৰি অনিৰ্দিষ্ট সময়ৰ বাবে বন্ধ আছে দেশৰ বিদ্যালয়সমূহ । যাৰ ফলত পঢ়া-শুনাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে ।

টিংখাঙত CAAৰ বিৰোধিতাৰে ঐক্য মঞ্চৰ সংবাদমেল

ডিব্ৰুগড়ৰ টিংখাঙত CAA বিৰোধী ঐক্য মঞ্চৰ সংবাদমেল ৷ CAA বাতিল নকৰিলে অচিৰেই এলানি আন্দোলন আৰম্ভ কৰিব বুলি ঐক্য মঞ্চই সংবাদমেলযোগে ঘোষণা কৰে ৷

কাৰ ভুলৰ বাবে পানী যোগান ব্যহত হৈ পৰিছে মালিগাঁৱত

GMDAয়ে পানী যোগানৰ ধন আদায় নিদিয়াৰ বাবে মালিগাঁৱত পানী যোগান বন্ধ কৰি দিছে গেমন ইণ্ডিয়াই ৷ ৰাইজৰ অভিযোগ অনুসৰি তেওঁলোকে পানী যোগানৰ বাবে মাছুল দিছে যদিও পানী লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷

প্ৰতিবাদকাৰীৰ ৰূপ দেখি পলায়ন সত্যৰঞ্জন বৰাৰ

শনিবাৰে শিৱসাগৰ নগৰৰ মাজ মজিয়াৰ দলমুখ চাৰিআলিত সত্যৰঞ্জন বৰা বিৰোধী বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ শিৱসাগৰত সাম্প্ৰদায়িক বিষবাষ্প বিয়পাবলৈ চেষ্টা নকৰিবলৈ সকীয়নি দল সংগঠনৰ ৷

ভাৰত-পাক সীমান্তত সেনাৰ অভিযানত নিহত 5 অনুপ্ৰৱেশকাৰী, উদ্ধাৰ মাৰণাস্ত্ৰ

আটাইকেইটা অনুপ্ৰৱেশকাৰীৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে এন্কাউন্টাৰস্থলীৰ পৰা AK-47 ৰাইফল আৰু পিস্তল জব্দ কৰিছে সেনাই ৷ এতিয়াও অঞ্চলটোত সেনাই তালাচী অভিযান অব্যাহত ৰাখিছে ৷

স্বগোষ্ঠীয় নেতাইহে ঠগিছে চাহ জনগোষ্ঠীকঃ ৰাজু চাহুৰ বিস্ফোৰণ

বিজেপিয়ে ২০১৬ ৰ নিৰ্বাচনত চাহ জনগোষ্ঠীয় লোকৰ বাবে দিয়া প্ৰতিশ্ৰুতি সমূহ পালন কৰিলেই যথেষ্ঠ আছিল । কিন্তু বিজেপিত যোগ দিয়া এইসকল চাহ জনগোষ্ঠীয় নেতাই নিজৰ জাতিটোৰ বাবে সেয়াও নকৰিলে বা কৰিব নুখুজিলে । এতিয়া পুনৰ নিৰ্বাচনৰ সময় অহাত তেওঁলোকে পুৰণি কেছেটখনকে আকৌ বজোৱা আৰম্ভ কৰিছে বুলিও মন্তব্য কৰে নেতাগৰাকীয়ে ।

শিক্ষক গৌতম দেৱ শৰ্মালৈ ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটা

কেন্দ্ৰীয় চৰকাৰে দেশৰ ৪৭ গৰাকী শিক্ষকক প্ৰদান কৰিব ২০২০ বৰ্ষৰ ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটা ৷ তাৰে ভিতৰত স্থান লাভ কৰিছে কোকৰাঝাৰ চৰকাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক গৌতম দেৱ শৰ্মাই ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.