ETV Bharat / bharat

ছিকিমত আবদ্ধ 500 পৰ্যটকক উদ্ধাৰ ভাৰতীয় সেনাৰ - ভূমিস্খলন

চীনৰ সীমান্তৰ লাচেনত আবদ্ধ হৈ আছিল পৰ্যটকসকল ৷ নেৰানেপেৰা বৰষুণৰ ফলত হোৱা ভূমিস্খলৰ বাবেই বিগত 5 দিন ধৰি আবদ্ধ হৈ আছিল পৰ্যটকসকল ৷

ছিকিমত আবদ্ধ 500 পৰ্যটক
author img

By

Published : Jun 21, 2019, 11:41 PM IST

নিউজ ডেস্ক, 21 জুনঃ বিগত পাচ দিনে গেংটকত আবদ্ধ হৈ আছিল 500 গৰাকী পৰ্যটক ৷ চীনৰ সীমান্তৰ লাচেনত আবদ্ধ হৈ আছিল পৰ্যটকসকল ৷ নেৰানেপেৰা বৰষুণৰ ফলত হোৱা ভূমিস্খলনৰ বাবেই বিগত 5 দিন ধৰি আবদ্ধ হৈ আছিল পৰ্যটকসকল ৷ শুকুৰবাৰে সেনা বাহিনীৰ তৎপৰাত নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিবলৈ সক্ষম হয় পৰ্যটকসকলক৷

ছিকিমত আবদ্ধ 500 পৰ্যটক

আৰু পঢ়কঃ-এজন সাধাৰণ ব্যক্তিৰ মহৎ চিন্তা...

আনহাতে, অতিকৈ দুৰ্গম অঞ্চলৰ পৰা নিজৰ জীৱনক তুচ্ছজ্ঞান কৰি এজনো পৰ্যটকক সামান্য কোনো আঘাট নোহোৱাকৈ নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা বাবে সেনা বাহিনীক ধন্যবাদ জ্ঞাপন কৰে পৰ্যটকসকলে ৷

Intro:Body:

https://etvbharat.page.link/pRaKAGMryvAs6bA57

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.