ETV Bharat / bharat

চিলিণ্ডাৰ বিস্ফোৰণত নিহত পাঁচ

author img

By

Published : Mar 29, 2019, 4:20 AM IST

Updated : Mar 29, 2019, 9:34 AM IST

নিহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে  ৷

সৌজন্যঃ ANI

নিউজ ডেস্ক, 29 মাৰ্চঃ উত্তৰ প্ৰদেশত বৃহস্পতিবাৰে সংঘটিত চিলিণ্ডাৰ বিস্ফোৰণত নিহত হয় 5গৰাকী লোক ৷ ৰাজ্যখনৰ জুৱানপুৰত সংঘটিত হয় এই ঘটনা ৷

সৌজন্যঃ ANI

জুৱানপুৰত এক আৱাসিক অঞ্চলত সংঘটিত হয় এই ঘটনা ৷ অক্সিজেন চিলিণ্ডাৰত সংঘটিত হোৱা বিস্ফোৰণৰ ফলত এটাবাসগৃহ সম্পূৰ্ণৰূপে ধ্বংস হয় ৷ ফলত বাসগৃহটোত থকা 5 গৰাকী লোক মৃত্যুমুখত পৰাৰ লগতে বহুসংখ্যক লোক আহত হয় ৷ আহতসকলক ততালিকে স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি ঘটনাৰ ফলত নিহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷

Jaunpur (Uttar Pradesh), Mar 29 (ANI): At least five people died and several got injured after a building collapsed following an explosion of oxygen cylinders in Uttar Pradesh's Jaunpur on Thursday. The injured were taken to nearby hospital for treatment. The death toll is feared to go up.
Last Updated : Mar 29, 2019, 9:34 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.