ETV Bharat / bharat

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ চাৰিগৰাকী নৱ নিযুক্ত ন্যায়াধীশৰ - bhushan ramakrishna gavai

উচ্চতম ন্যায়ালয়ত শপত গ্ৰহণ কৰে ন্যায়াধীশ অনিৰুদ্ধ বাসু, এ এচ বোপান্না, ভূষণ ৰামকৃষ্ণ গাভাই আৰু সূৰ্য কান্তে৷

উচ্চতম ন্যায়ালৰ ন্যায়াধীশ হিচাপে শপগ্ৰহণ চাৰিগৰাকী ন্যায়াধীশৰ
author img

By

Published : May 24, 2019, 4:41 PM IST

Updated : May 24, 2019, 6:21 PM IST

নিউজ ডেস্ক, 24 মে' : উচ্চতম ন্যায়ালয়ত শপত গ্ৰহণ চাৰিগৰাকীকৈ নৱনিযুক্ত ন্যায়াধীশৰ ৷ শুকুৰবাৰে উচ্চতম ন্যায়ালয়ত শপতগ্ৰহণ কৰে ন্যায়াধীশ অনিৰুদ্ধ বাসু, এ এচ বোপান্না, ভূষণ ৰামকৃষ্ণ গাভাই আৰু সূৰ্য কান্তে৷

চাৰিগৰাকী নতুন ন্যায়াধীশৰ যোগদানৰ লগে-লগে 31 জনলৈ বৃদ্ধি পালে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা ৷ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ সন্মূখত শপতগ্ৰহণ কৰে নৱ নিৰ্বাচিত ন্যায়াধীশ কেইগৰাকীয়ে৷

উল্লেখ্য যে, মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত গঠিত পাঁচজনীয়া ন্যায়াধীশ কমিটিয়ে ঠিৰাং কৰিছিল উচ্চতম ন্যায়ালয়ৰ নতুন ন্যায়াধীশৰ নিযুক্তিৰ কথা ৷ কিন্তু অনিৰুদ্ধ বাসু আৰু আৰু এ এচ বোপান্নাক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ কথাৰ বিৰোধিতা কৰিছিল কেন্দ্ৰ চৰকাৰে ৷ জ্যেষ্ঠতা আৰু প্ৰতিনিধিত্বৰ দিশৰ কথা উল্লেখ কৰি কেন্দ্ৰই বিৰোধিতা কৰিছিল ন্যায়াধীশ দুজনৰ নিযুক্তি প্ৰক্ৰিয়াত ৷ কিন্তু উচ্চতম ন্যায়ালয়ে কেন্দ্ৰৰ বিৰোধিতা খাৰিজ কৰি নিযুক্তি প্ৰদান কৰে দুয়োগৰাকী ন্যায়াধীশক৷ অনিৰুদ্ধ বাসুয়ে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগকে গৌহাটী উচ্চ ন্যায়ালৰ ন্যায়াধীশ ৰূপে নিযুক্ত আছিল এ এচ বোপান্না৷

4 new SC judges in, court attain full strength

উচ্চতম ন্যায়ালৰ ন্যায়াধীশ হিচাপে শপগ্ৰহণ চাৰিগৰাকী ন্যায়াধীশৰ

উচ্চতম ন্যায়ালয়ত শপতগ্ৰহণ কৰে ন্যায়াধীশ অনিৰুদ্ধ বাসু, এ এচ বোপান্না, ভূষণ ৰামকৃষ্ণ গাভাই আৰু সূৰ্য কান্তে৷

নিউজ ডেস্ক, 24 মে' : উচ্চতম ন্যায়ালয়ত শপতগ্ৰহণ চাৰিগৰাকীকৈ নৱনিযুক্ত ন্যায়াধীশৰ৷ শুকুৰবাৰে উচ্চতম ন্যায়ালয়ত শপতগ্ৰহণ কৰে ন্যায়াধীশ অনিৰুদ্ধ বাসু, এ এচ বোপান্না, ভূষণ ৰামকৃষ্ণ গাভাই আৰু সূৰ্য কান্তে৷

চাৰিগৰাকী নতুন ন্যায়াধীশৰ যোগদানৰ লগে-লগে 31 জনলৈ বৃদ্ধি পালে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা৷ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ সন্মূখত শপতগ্ৰহণ কৰে নৱ নিৰ্বাচিত ন্যায়াধীশ কেইজনে৷

উল্লেখ্য যে, মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বৰ পাঁচজনীয়া ন্যায়াধীশৰ মঞ্চ এখনে ঠিৰাং কৰিছিল উচ্চতম ন্যায়ালয়ৰ নতুন ন্যায়াধীশ কেইজনৰ নিযুক্তিৰ কথা৷ কিন্তু অনিৰুদ্ধ বাসু আৰু আৰু এ এচ বোপান্নাক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ কথাৰ বিৰোধিতা কৰিছিল কেন্দ্ৰ চৰকাৰে৷ জ্যেষ্ঠতা আৰু প্ৰতিনিধিত্বৰ দিশৰ কথা উল্লেখ কৰি কেন্দ্ৰই বিৰোধিতা কৰিছিল ন্যায়াধীশ দুজনৰ নিযুক্তি প্ৰক্ৰিয়াত৷ কিন্তু উচ্চতম ন্যায়ালয়ে কেন্দ্ৰৰ বিৰোধিতা খাৰিজ কৰি নিযুক্তি প্ৰদান কৰে দুয়োগৰাকী ন্যায়াধীশক৷ অনিৰুদ্ধ বাসুয়ে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগকে গৌহাটী উচ্চ ন্যায়ালৰ ন্যায়াধীশ ৰূপে নিযুক্ত আছিল এ এচ বোপান্না৷ 
scmay24.jpg
Last Updated : May 24, 2019, 6:21 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.