ETV Bharat / bharat

তিনিগৰাকী বিজ্ঞানীলৈ পদাৰ্থবিজ্ঞানৰ ন'বেল বঁটা

author img

By

Published : Oct 9, 2019, 9:29 PM IST

পদাৰ্থবিজ্ঞানৰ "for theoretical discoveries in physical cosmology," সূত্ৰৰ বাবে জেমছ পিবলছ আৰু "for the discovery of an exoplanet orbiting a solar-type star." শীৰ্ষক গৱেষনাৰ বাবে মাইকেল মেয়ৰ আৰু ডিডিয়াৰ কিউলজলৈ আগবঢ়োৱা হৈছে 2019 বৰ্ষৰ পদাৰ্থবিজ্ঞানৰ ন'বেল বঁটা ৷

তিনিগৰাকী বিজ্ঞানীলৈ পদাৰ্থবিজ্ঞানৰ ন'বেল বঁটা

নিউজ ডেস্ক, 9 অক্টোবৰঃ তিনিগৰাকীকৈ বিজ্ঞানীলৈ আগবঢ়োৱা হৈছে চলিত বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা ৷ বিশ্বব্ৰহ্মাণ্ডৰ অভ্যুত্থান আৰু ইয়াৰ বিকাশ কিদৰে সম্ভৱ হৈছিল আৰু তাত পৃথিৱীৰ স্থান কি, সেইবিষয়ে কৰা গৱেষণাৰ বাবে তিনিওগৰাকী বিজ্ঞানীলৈ আগবঢ়োৱা হয় পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা ৷

ৰয়েল ছুইদিছ অকাডেমি অৱ চায়েন্সেছ অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় ন'বেল কমিটিয়ে ঘোষণা কৰিছে তিনিওগৰাকী মহান বিজ্ঞানীৰ নাম ৷ ৰয়েল ছুইদিছ অকাডেমি অৱ চায়েন্সেছ ছেক্ৰেটাৰী জেনেৰেল প্ৰফেচৰ গোৰান হানছনে ঘোষণা কৰে তিনিওগৰাকী বিজ্ঞানীৰ নাম ৷

সেই অনুসৰি, "for theoretical discoveries in physical cosmology," শীৰ্ষক গৱেষনাৰ বাবে জেমছ পিবলছ আৰু "for the discovery of an exoplanet orbiting a solar-type star." শীৰ্ষক গৱেষণাৰ বাবে মাইকেল মেয়ৰ আৰু ডিডিয়াৰ কিউলজলৈ আগবঢ়োৱা হয় 2019 বৰ্ষৰ পদাৰ্থবিজ্ঞানৰ ন'বেল বঁটা ৷

1901 চনৰ পৰা বৰ্তমানলৈ এয়া হৈছে 113 সংখ্যক পদাৰ্থবিজ্ঞানৰ ন'বেল বঁটা ৷ ইয়াৰ ভিতৰত 47 গৰাকীয়ে এককভাৱে এই বঁটা লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে তিনিগৰাকী মহিলাই এতিয়ালৈকে পদাৰ্থবিজ্ঞানৰ ন'বেল বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ৷ 1903 চনত মেৰি কুৰি, 1963 চনত মাৰিয়া গইপাৰ্ট মায়েৰ আৰু 2018 বৰ্ষত ড'না ষ্ট্ৰিকলেণ্ড হৈছে এই তিনিওগৰাকী মহান নাৰী যিয়ে পদাৰ্থবিজ্ঞানৰ ন'বেল বঁটা লাভ কৰিছে ৷

উল্লেখ্য যে, আন্তঃৰাষ্ট্ৰীয় ন'বেল কমিটিয়ে সোমবাৰে ঘোষণা কৰিছিল 2018 বৰ্ষৰ ঔষধি শাস্ত্ৰৰ ন'বেল বঁটাপ্ৰাপকসকলৰ নাম ৷ সেই অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ উইলিয়াম কায়েলিন, গ্ৰেগ চামেঞ্জা আৰু ব্ৰিটেইনৰ পিটাৰ ৰাটক্লিফে লাভ কৰিছে 2018 বৰ্ষৰ ঔষধি শাস্ত্ৰৰ ন'বেল বঁটা ৷ পৰৱৰ্তী সময়ত ক্ৰমান্বয়ে ঘোষণা কৰা হ'ব ৰসায়ন বিজ্ঞান, সাহিত্য, শান্তি আৰু অৰ্থনীতিৰ ন'বেল বঁটা ৷

অধিক পঢ়কঃ ঘোষণা হ'ল ঔষধি শাস্ত্ৰৰ ন'বেল পুৰস্কাৰ

ছুইদেনৰ ৰজা কাৰ্ল ষষ্ঠদশে ৰাজধানী ষ্টকহমত অহা 10 ডিচেম্বৰত প্ৰদান কৰিব সন্মানীয় বঁটাসমূহ ৷ আন্তঃৰাষ্ট্ৰীয় ন'বেল বঁটাত থাকিব 9 মিলিয়ন ছুইদিশ ক্ৰোনোৰ (914,000 আমেৰিকান ডলাৰ)ৰ লগতে একোটাকৈ সোণৰ পদক আৰু মানপত্ৰ তথা ডিপ্ল'মা ৷

Intro:Body:

তিনিগৰাকী বিজ্ঞানীলৈ পদাৰ্থবিজ্ঞানৰ ন'বেল বঁটা 

পদাৰ্থবিজ্ঞানৰ "for theoretical discoveries in physical cosmology," সূত্ৰৰ বাবে জেমছ পিবলছ আৰু "for the discovery of an exoplanet orbiting a solar-type star." শীৰ্ষক গৱেষনাৰ বাবে মাইকেল মেয়ৰ আৰু ডিডিয়াৰ কিউলজলৈ আগবঢ়োৱা হৈছে 2019 বৰ্ষৰ পদাৰ্থবিজ্ঞানৰ ন'বেল বঁটা ৷ 

নিউজ ডেস্ক, 9 অক্টোবৰঃ তিনিগৰাকীকৈ বিজ্ঞানীলৈ আগবঢ়োৱা হৈছে চলিত বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা ৷ বিশ্বব্ৰহ্মাণ্ডৰ অভ্যুত্থান আৰু ইয়াৰ বিকাশ কিদৰে সম্ভৱ হৈছিল আৰু তাত পৃথিৱীৰ স্থান কি, সেইবিষয়ে কৰা গৱেষনাৰ বাবে তিনিওগৰাকী বিজ্ঞানীলৈ আগবঢ়োৱা হয় পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা ৷ 

ৰয়েল ছুইদিছ অকাডেমি অৱ চায়েন্সেছ অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় ন'বেল কমিটিয়ে ঘোষণা কৰিছে তিনিওগৰাকী মহান বিজ্ঞানীৰ নাম ৷ ৰয়েল ছুইদিছ অকাডেমি অৱ চায়েন্সেছ ছেক্ৰেটাৰী জেনেৰেল প্ৰফেচৰ গোৰান হানছনে ঘোষণা কৰে তিনিওগৰাকী বিজ্ঞানীৰ নাম ৷ 

সেই অনুসৰি, "for theoretical discoveries in physical cosmology," শীৰ্ষক গৱেষনাৰ বাবে জেমছ পিবলছ আৰু "for the discovery of an exoplanet orbiting a solar-type star." শীৰ্ষক গৱেষনাৰ বাবে মাইকেল মেয়ৰ আৰু ডিডিয়াৰ কিউলজলৈ আগবঢ়োৱা হয় 2019 বৰ্ষৰ পদাৰ্থবিজ্ঞানৰ ন'বেল বঁটা ৷  

1901 চনৰ পৰা বৰ্তমানলৈ এয়া হৈছে 113 সংখ্যক পদাৰ্থবিজ্ঞানৰ ন'বেল বঁটা ৷ ইয়াৰ ভিতৰত 47 গৰাকী এককভাৱে এই বঁটা লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে তিনিগৰাকী মহিলাই এতিয়ালৈকে পদাৰ্থবিজ্ঞানৰ ন'বেল বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ৷ 1903 চনত মেৰি কুৰি, 1963 চনত মাৰিয়া গইপাৰ্ট মায়েৰ আৰু 2018 বৰ্ষত ড'না ষ্ট্ৰিকলেণ্ড হৈছে এই তিনিওগৰাকী মহান নাৰী যিয়ে পদাৰ্থবিজ্ঞানৰ ন'বেল বঁটা লাভ কৰিছে ৷ 

উল্লেখ্য যে, আন্তঃৰাষ্ট্ৰীয় ন'বেল কমিটিয়ে সোমবাৰে ঘোষণা কৰিছিল 2018 বৰ্ষৰ ঔষধি শাস্ত্ৰৰ ন'বেল বঁটাপ্ৰাপকসকলৰ নাম ৷ সেই অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ উইলিয়াম কায়েলিন, গ্ৰেগ চামেঞ্জা আৰু ব্ৰিটেইনৰ পিটাৰ ৰাটক্লিফে লাভ কৰিছে 2018 বৰ্ষৰ ঔষধি শাস্ত্ৰৰ ন'বেল বঁটা ৷ পৰৱৰ্তী সময়ত ক্ৰমান্বয়ে ঘোষণা কৰা হ'ব ৰসায়ন বিজ্ঞান, সাহিত্য, শান্তি আৰু অৰ্থনীতিৰ ন'বেল বঁটা ৷ 

ছুইদেনৰ ৰজা কাৰ্ল ষষ্ঠদশে ৰাজধানী ষ্টকহমত অহা 10 ডিচেম্বৰত প্ৰদান কৰিব সন্মানীয় বঁটাসমূহ ৷ আন্তঃৰাষ্ট্ৰীয় ন'বেল বঁটাত থাকিব 9 মিলিয়ন ছুইদিশ ক্ৰোনোৰ (914,000 আমেৰিকান ডলাৰ)ৰ লগতে একোটাকৈ সোণৰ পদক আৰু মানপত্ৰ তথা ডিপ্ল'মা ৷ 

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.