ETV Bharat / bharat

কুপৱাৰা এনকাউণ্টাৰত নিহত দুই সন্ত্ৰাসবাদী - জম্মু-কাশ্মীৰ

শুকুৰবাৰৰ পৰা কুপৱাৰাত অব্যাহত আছে নিৰাপত্তাবাহিনী আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ।

etv bharat
author img

By

Published : Mar 3, 2019, 1:20 PM IST

নিউজ ডেস্ক, ৩ মাৰ্চ : একেৰাহে তৃতীয়দিনালৈ চলি থকা কুপৱাৰা এনকাউণ্টাৰত দেওবাৰে নিহত দুজন সন্ত্ৰাসবাদী। শুকুৰবাৰৰ পৰা কুপৱাৰাত অব্যাহত আছে নিৰাপত্তাবাহিনী আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ।

কুপৱাৰা জিলাৰ হাণ্ডৱাৰাত অব্যাহত থকা এই সংঘৰ্ষত বৰ্তমানলৈ নিহত হৈছে পাঁচজন নিৰাপত্তাৰক্ষী। নিৰাপত্তাবাহিনীৰ দলত আছিল দুজন আৰক্ষীৰ বিষয়াৰ লগতে দুজন চিআৰপিএফ জোৱান। শুকুৰবাৰে চাৰিজন নিৰাপত্তাৰক্ষী আৰু অসামৰিক লোকে সংঘৰ্ষত মৃত্যুবৰণ কৰাৰ পাচতে শনিবাৰে পুনৰ নিহত হয় আন এজন নিৰাপত্তা বাহিনীৰ জোৱান। বৰ্তমানেও তেওঁৰ পৰিচয় ৰাজহুৱা কৰা নাই চৰকাৰে।

নিহত হোৱা আৰক্ষী বিষয়া দুজন ক্ৰমে নাচিৰ আহমেদ কোহলী আৰু গুলাম মোস্তাফা বাৰাহ। আনহাতে নিহত চিআৰপিএফ জোৱান দুজন ইন্সপেক্টৰ পিণ্টু আৰু বিনোদ বুলি জানিব পৰা গৈছে। নিহত অসামৰিক লোকজন হাণ্ডৱাৰাৰ ৱাচিম আহমেদ মিৰ বুলি জানিবলৈ দিছে আৰক্ষীয়ে।

2 terrorists killed in kupwara

কুপৱাৰা এনকাউণ্টাৰত নিহত দুই সন্ত্ৰাসবাদী

Encounter_March3_30Uivyc.jpg
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.