ETV Bharat / bharat

হাৰিয়ানা নিৰ্বাচনৰ বাবে 1,846 খন মনোনয়ন দাখিল - বিধানসভা নিৰ্বাচন

অক্টোবৰ 21 তাৰিখে অনুষ্ঠিত হ'ব হাৰিয়ানা বিধানসভা নিৰ্বাচন ৷ বৰ্তমান সময়লৈকে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ 1,846খন মনোনয়ন পত্ৰ লাভ কৰিছে ৰাজ্যখনৰ নিৰ্বাচনী আয়োগে ৷

প্ৰতিনিধিত্বমুলক ছবি
author img

By

Published : Oct 5, 2019, 7:20 PM IST

নিউজ ডেস্ক, 5 অক্টোবৰঃ চলিত মাহৰ 21 তাৰিখে হাৰিয়ানাত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন ৷ ৰাজ্যখনৰ সৰ্বমুঠ 90 খন আসনৰ বাবে অনুষ্ঠিত হ'ব এই নিৰ্বাচন ৷

এটা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া এই নিৰ্বাচনৰ বাবে বৰ্তমান সময়লৈকে প্ৰায় 1,846 খন মনোনয়ন পত্ৰ দাখিল কৰিছে বিভিন্ন প্ৰতিদ্বন্দীসমূহে ৷ শুকুৰবাৰলৈ ৰাজ্যিক নিৰ্বাচনী আয়োগে লাভ কৰিছিল 1,263 খনকৈ মনোনয়ন ৷ ইয়াৰ ভিতৰত ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপিন্দৰ সিং হুডা, জেজেপি দলৰ নেতা দুষ্যন্ত চৌতালা, খেলুৱৈ সন্দীপ সিং আৰু দুষ্যন্ত চৌতালাৰ মাতৃ নেইনা চৌতালাই মনোনয়ন দাখিল কৰিছে ৷

মনোনয়ন দাখিলৰ অন্তিম দিনটোত সৰ্বমুঠ 1,846খন মনোনয়ন লাভ কৰে হাৰিয়ানা নিৰ্বাচনী আয়োগে ৷ ইতিমধ্যে নিৰ্বাচনী আয়োগে অক্টোবৰ মাহৰ 7 তাৰিখত মনোনয়ন পত্ৰ উঠাই লোৱাৰ অন্তিম দিন ধাৰ্য্য কৰিছে ৷

ৰাজ্যখনৰ গাড়হী চাম্পালা কিলোই আসনত ভূপিন্দৰ সিং হুডা, উচ্চানা কালানৰ পৰা দুষ্যন্ত চৌতালা, বদ্ৰা সমষ্টিৰ পৰা নেইনা চৌতালা, পেহোৱা সমষ্টিৰ পৰা সন্দীপ সিং, তোষান সমষ্টিৰ পৰা কিৰন চৌধাৰী, আম্বালা কন্টনমেন্ট সমষ্টিৰ পৰা অনিল ভিজে প্ৰতিদ্বন্দিতা আগবঢ়াব ৷

ZCZC
PRI ESPL NAT NRG
.CHANDIGARH DES47
HR-POLL-NOMINATIONS
1,846 nominations filed for Haryana Assembly polls
          Chandigarh, Oct 4 (PTI) Two-time former chief minister Bhupinder Singh Hooda, Jannayak Janta Party (JJP) leader Dushyant Chautala, his mother Naina Chautala, sportsmen Sandeep Singh and Yogeshwar Dutt were among the 1,263 candidates who filed their nominations on Friday, the last day of filing of papers for the Assembly polls in Haryana.
          The total number of nominations filed for 90 assembly seats are 1,846, an election office spokesman said here.
          Hooda filed his papers from his traditional Garhi Sampla Kiloi seat, Chautala from Uchana Kalan, Naina from Badra, Sandeep from Pehowa and Dutt from Baroda.
          Among others who filed papers included Kiran Chowdhary from Toshan, BJP stalwart Anil Vij from his traditional bastion Ambala cantonment.
          The scrutiny of papers will take place on Saturday, while the last date for withdrawal of papers is October 7.
          Haryana will go to polls on October 21. PTI SUN VSD
AQS
10042240
NNNN
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.