ETV Bharat / bharat

কৰ'ণাত আক্ৰান্ত ১৫ গৰাকী বিএছএফ জোৱান - কোভিড-১৯

বিগত ২৪ ঘণ্টাত দেশত সৰ্বাধিক ১৫,৯৬৮ গৰাকী লোক আক্ৰান্ত হৈছে কোভিড-১৯ত । আনহাতে, এই ভাইৰাছত আক্ৰান্ত হৈ এদিনতে মৃত্যু হৈছে ৪৬৫ গৰাকী ৰোগীৰ ।

ছত্তিশগড়
15 BSF personnel test COVID-19 positive in Chhattisgarh's Kanker
author img

By

Published : Jun 24, 2020, 3:29 PM IST

নিউজ ডেস্ক, ২৪ জুনঃ ছত্তিশগড়ৰ কানকেৰ জিলাত বুধবাৰে ১৫ গৰাকী সীমা সুৰক্ষা বাহিনী (BSF)ৰ জোৱানৰ দেহত ধৰা পৰিছে কোভিড-১৯ৰ উপস্থিতি । ইয়াৰে ১৩২ নং বাটালিয়নৰ ৭ গৰাকী, ৮২ নং বাটালিয়নৰ ২ জন, ১৬৭ নং বাটালিয়নৰ ১ জন আৰু ১৭ নং বাটালিয়নৰ ৫ জন জোৱানৰ কোভিড-১৯ পজিটিভ পোৱা গৈছে।

উল্লেখ্য যে, বিগত ২৪ ঘণ্টাত দেশত সৰ্বাধিক ১৫,৯৬৮ গৰাকী লোক আক্ৰান্ত হৈছে কোভিড-১৯ত । আনহাতে, এই ভাইৰাছত আক্ৰান্ত হৈ এদিনতে মৃত্যু হৈছে ৪৬৫ গৰাকী ৰোগীৰ । এইপৰ্যন্ত দেশত ৪,৫৬,১৮৩ গৰাকী লোক এই মহামাৰীৰ কৱলত পৰিছে ।

15 BSF personnel test COVID-19 positive in Chhattisgarh's Kanker
ছত্তিশগড়ৰ ১৫ গৰাকী বিএছএফ জোৱানৰ কোভিড-১৯ পজিটিভ

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে শেহতীয়াকৈ প্ৰকাশ কৰা তথ্য অনুসৰি দেশজুৰি মুঠ ১৪, ৪৭৬ গৰাকী লোকৰ কোভিড-১৯ৰ ফলত মৃত্যু হৈছে । তদুপৰি বৰ্তমানে মুঠ ১,৮৩,০২২ গৰাকী ৰোগী চিকিৎসাধীন অৱস্থাত থকাৰ বিপৰীতে ২,৫৮,৬৮৫ গৰাকী লোকে কৰ'ণা ভাইৰাছৰ পৰা আৰোগ্য লাভ কৰিছে।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.