ETV Bharat / bharat

ত্ৰিপুৰাত নতুনকৈ 13 গৰাকী কৰ'ণাত আক্ৰান্ত ৰোগী চিনাক্ত - covid 19 positive

মঙলবাৰে নিশা মুঠ 13 জনৰ শৰীৰত ধৰা পৰিল COVID-19ৰ উপস্থিতি

13 new covid 19 positive at Tripura
ত্ৰিপুৰাত পুনৰ বৃদ্ধি পালে কৰ'ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা
author img

By

Published : May 6, 2020, 10:03 AM IST

কৰিমগঞ্জ,6 মে'ঃ ত্ৰিপুৰাত পুনৰ বৃদ্ধি পালে কৰ'ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ ধলাই জিলাৰ আমবাছা 138 নং বিএছএফ ইউনিটৰ জোৱান আক্ৰান্ত হৈছে COVID-19ত ৷ চাৰিদিনত সৰ্বমুঠ 40 জন জোৱানৰ শৰীৰত ধৰা পৰিল COVID-19ৰ উপস্থিতি ৷ মঙলবাৰে নিশা 12 জন জোৱানৰ লগতে এগৰাকী ৰান্ধনিৰ শৰীৰত ধৰা পৰিল কৰ'ণা ভাইৰাছৰ উপস্থিতি ৷ ত্ৰিপুৰাত এতিয়ালৈ কৰ'ণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 42 গৰাকীলৈ ৷ টুইটাৰ যোগে এই তথ্য সদৰি কৰিলে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে ।

  • Alert!

    13 persons from 138th-Bn #BSF Ambassa found #COVID19 POSITIVE today including 1 Mess worker.

    Total #COVID19 positive cases in Tripura stands at 42 (2 already discharged, so active cases : 40)

    There is no POSITIVE case among civilians.

    Don't Panic!#TripuraCOVID19Count

    — Biplab Kumar Deb (@BjpBiplab) May 5, 2020 " class="align-text-top noRightClick twitterSection" data=" ">
ইয়াৰে পূৰ্বে আক্ৰান্ত দুজন সুস্থ হৈ নিজ ঘৰলৈ উভতি গৈছে । প্ৰথম আক্ৰান্ত দুজন আগৰতলাৰ জি.বি হাস্পতালত চিকিৎসাধীন ৷ ইফালে ৰাজ্যবাসীক আতংকিত নোহোৱাৰ বাবে আহ্বান জনাইছে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.