ETV Bharat / bharat

50 ছেকেণ্ডত 101টা ওলোটা পুছ-আপছঃ ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত - অভিলেখ

অন্ধ্ৰ প্ৰদেশৰ নন্দীগামা চহৰৰ নুৰুদ্দিন নামৰ ব্যক্তিগৰাকীয়ে সোমবাৰে এক অনন্য অভিলেখৰ অধিকাৰী হয় ৷ 50 ছেকেণ্ডত 101টা ওলোটা পুছ আপছ কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম খোদিত কৰিবলৈ সক্ষম হয় ব্যক্তিগৰাকীয়ে ৷

ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নাম অন্তৰ্ভূক্ত
author img

By

Published : Aug 12, 2019, 11:49 PM IST

নিউজ ডেস্ক, 12 আগষ্টঃ 50 ছেকেণ্ডৰ ভিতৰত 101টা ওলোটা পুছ-আপছ (Decline Pushups) কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে অন্ধ্ৰ প্ৰদেশৰ এগৰাকী ব্যক্তিয়ে ৷ সোমবাৰে অন্ধ্ৰ প্ৰদেশৰ নন্দিগামা চহৰৰ বাসিন্দা নুৰুদ্দিন নামৰ ব্যক্তিগৰাকীয়ে বিশেষ অভিলেখৰ অধিকাৰী হ'বলৈ সক্ষম হয় ৷ সাধাৰণ পুছ-আপছতকৈ ওলোটা পুছ-আপছ বহুগুনে কঠিন কিয়নো, এইদৰে কৰিবলৈ হ'লে হাতৰ তুলনাত নিজৰ দুভৰি অধিক উচ্চতাত ৰাখিব লাগে ৷ ব্যক্তিগৰাকীৰ এই অভিলেখৰ পিচতে পৰিয়ালৰ লোকৰ লগতে অন্যান্য লোকসকলে শুভেচ্ছা জ্ঞাপন কৰে ৷

50 ছেকেণ্ডত 101টা ওলোটা পুছ-আপছঃ ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নাম অন্তৰ্ভূক্ত

নিউজ ডেস্ক, 12 আগষ্টঃ 50 ছেকেণ্ডৰ ভিতৰত 101টা ওলোটা পুছ-আপছ (Decline Pushups) কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে অন্ধ্ৰ প্ৰদেশৰ এগৰাকী ব্যক্তিয়ে ৷ সোমবাৰে অন্ধ্ৰ প্ৰদেশৰ নন্দিগামা চহৰৰ বাসিন্দা নুৰুদ্দিন নামৰ ব্যক্তিগৰাকীয়ে বিশেষ অভিলেখৰ অধিকাৰী হ'বলৈ সক্ষম হয় ৷ সাধাৰণ পুছ-আপছতকৈ ওলোটা পুছ-আপছ বহুগুনে কঠিন কিয়নো, এইদৰে কৰিবলৈ হ'লে হাতৰ তুলনাত নিজৰ দুভৰি অধিক উচ্চতাত ৰাখিব লাগে ৷ ব্যক্তিগৰাকীৰ এই অভিলেখৰ পিচতে পৰিয়ালৰ লোকৰ লগতে অন্যান্য লোকসকলে শুভেচ্ছা জ্ঞাপন কৰে ৷

Intro:Body:

Nooruddin, belongs to Nandigama in Krishna district of Andhrapradesh, creates a record in ''Decline pushups''. He done 101 decline pushups in just 51 seconds. For this, he done an extrardinory performance by his feets udgested at above 3 feets of iron stand and bends his remaining body towards earth. In this position, Nooruddin done 101 decline pushups with the fist. This record is going to be placed in India book of records, said the organizers.

--



AP_VJA_20_11_Limka_Book_Record_AV_AP10049



() కృష్ణా జిల్లా నందిగామలో ఇండియా బుక్ ఆఫ్ రికార్డ్ పోటీ జరిగింది. నూరుద్దీన్ అనే వ్యక్తి  51 సేకన్స్ లో 101 పుష్ డేక్లైన్ నకల్ పుషప్స్ దిగ్విజయంగా తీశారు. తన రెండు పాదాలు మూడడుగుల ఎత్తు ఉన్న ఇనుప స్థాన్డ్ పై పెట్టి , నెలపై వంగి పిడికళ్లతో పుషప్స్ తీశారు. ఇది ఇండియా బుక్ ఆఫ్ రికార్డ్స్ లో నమోదు కానుంది. ఈ ప్రదర్శన పరిశీలించి దృవీకరిచటానికి నిర్ణేతలుగా నందిగామ డిఎస్పి, మొండితోక ఆరున్ కుమార్,చిన్ని బందారు హనంతరావు, గజిటెడ్ అఫిసర్లు ,200 మంది జిమ్ సభ్యులు, ప్రేక్షకులు హాజరయ్యారు.


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.