নিউজ ডেস্ক. 10 আগষ্টঃ শুকোৰবাৰে নিশা দানা খোৱাৰ পিছতে বিজয়ৱাডাৰ এখন গৌশালাত অসুস্থ হৈ পৰে গৰু ৷ ইয়াৰে 100 টা গৰুৰ মৃত্যু হয় আৰু প্ৰাণৰ বাবে যুজিছে আন বহু কেইটা গৰুৱে ৷ বিজয়ৱাডাৰ গৌ সমৰক্ষণ সমিতিৰ স্বৰ্তাধীন গৌশালা খনত খাদ্য বিষক্ৰিয়া হোৱা বুলি ধাৰমা কৰা হৈছে ৷ গৌশালা কৰ্তিপক্ষয়ে কোনো লোকে ষৰযন্ত্ৰ কৰা বুলি সন্দেহ কৰিছে ৷
বিজয়ৱাডাৰ এখন গো-শালাত 100 টা গৰুৰ মৃত্যু
বিজয়ৱাডাৰ এখন গৌশালাত অসুস্থ হৈ পৰিছে বহুসংখ্যক গৰু ৷ ইয়াৰে 100 টা গৰুৰ মৃত্যু হয় আৰু প্ৰাণৰ বাবে যুজিছে আন বহু কেইটা গৰুৱে ৷
নিউজ ডেস্ক. 10 আগষ্টঃ শুকোৰবাৰে নিশা দানা খোৱাৰ পিছতে বিজয়ৱাডাৰ এখন গৌশালাত অসুস্থ হৈ পৰে গৰু ৷ ইয়াৰে 100 টা গৰুৰ মৃত্যু হয় আৰু প্ৰাণৰ বাবে যুজিছে আন বহু কেইটা গৰুৱে ৷ বিজয়ৱাডাৰ গৌ সমৰক্ষণ সমিতিৰ স্বৰ্তাধীন গৌশালা খনত খাদ্য বিষক্ৰিয়া হোৱা বুলি ধাৰমা কৰা হৈছে ৷ গৌশালা কৰ্তিপক্ষয়ে কোনো লোকে ষৰযন্ত্ৰ কৰা বুলি সন্দেহ কৰিছে ৷
100 cows died in Kothhuru tadepalli village,near Vijayawada, Andhra Pradesh. The organisers suspect the fOdder which was given to the cows last night. Health condition of few more cows is ciritical. Veternary doctors will close the reasons behind the demise of the cows after postmartem.
Conclusion: