ETV Bharat / bharat

Uttarakhand Election Result 2022: ষ্ট্ৰং ৰূমৰ চিচিটিভি কেমেৰা বন্ধ কৰাৰ অভিযোগ - ষ্ট্ৰং ৰূমৰ চিচিটিভি কেমেৰা বন্ধ কৰাৰ অভিযোগ

উত্তৰাখণ্ডত নিৰ্বাচন নিৰপেক্ষতাক লৈ প্ৰশ্ন প্ৰাক্তন মুখ্যমন্ত্ৰী হৰিশ ৰাৱটৰ ৷ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে টুইট কৰি চিচিটিভি কেমেৰা এতিয়ালৈ তিনিবাৰ বন্ধ কৰাৰ অভিযোগ কৰে ৷

Uttarakhand Election Result 2022
ষ্ট্ৰং ৰূমৰ চিচিটিভি কেমেৰা বন্ধ কৰাৰ অভিযোগ
author img

By

Published : Mar 10, 2022, 9:11 AM IST

নিউজ ডেস্ক, 10 মাৰ্চ : উত্তৰাখণ্ডৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ(Uttarakhand Election Result 2022) পূৰ্বে মঙলবাৰে পুৱা ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা হৰিশ ৰাৱটে(Congress Leader Harish Rawat) উত্থাপন কৰিছে গুৰুত্বপূৰ্ণ অভিযোগ ৷ হৰিদ্বাৰত ষ্ট্ৰং ৰূমত স্থাপন কৰা চি চি টিভি কেমেৰাবোৰ বন্ধ কৰি দিয়াৰ অভিযোগ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ নিৰ্বাচন আয়োগ আৰু জিলা নিৰ্বাচন বিষয়াক বিষয়টো বিবেচনা কৰিবলৈ দাবী জনাইছে ৰাৱটে ।

উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে টুইট কৰি চিচিটিভি কেমেৰা এতিয়ালৈকে তিনিবাৰ বন্ধ কৰাৰ কথা সদৰি কৰে ৷ ৰাৱটে ষ্ট্ৰং ৰুমত স্থাপন কৰা চিচিটিভি কেমেৰাবোৰ বন্ধ কৰাক লৈ নিৰ্বাচন নিৰপেক্ষ হোৱাৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰে(Harish Rawat Strong Room Question) ৷ বিশেষকৈ এবাৰ-দুবাৰ নহয়, তিনিবাৰকৈ চিচিটিভি কেমেৰা বন্ধ হোৱা বিষয়টোৰ অন্তৰালত গভীৰ কাৰণ নিৰ্হিত হৈ থকাৰ সন্দেহ ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক : Uttarakhand Election Result 2022: এইবাৰ কাৰ দখলত উত্তৰাখণ্ড ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.