ETV Bharat / bharat

বিতৰ্কৰ মাজত সোমাই পৰিছে বিজেপি নেতা বাবুল সুপ্ৰিয় - বিজেপি নেতা বাবুল সুপ্ৰিয়া

পশ্চিমবংগৰ টালিগঞ্জ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ই দেওবাৰে এজন ব্যক্তিক ভাৰতীয় জনতা পাৰ্টীৰ কলকাতাৰ দলীয় কাৰ্যালয়ত চৰ শোধোৱা ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে বিতৰ্ক ৷

বিতৰ্কৰ মাজত সোমাই পৰিছে বিজেপি নেতা বাবুল সুপ্ৰিয়া

author img

By

Published : Mar 30, 2021, 1:02 PM IST

নেশ্যেনেল ডেস্ক,30 মাৰ্চ: বিতৰ্কৰ মাজত সোমাই পৰিছে পশ্চিমবংগৰ টালিগঞ্জ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয় ৷ দেওবাৰে এজন ব্যক্তিক ভাৰতীয় জনতা পাৰ্টীৰ কলকাতাৰ দলীয় কাৰ্যালয়ত চৰ শোধোৱা ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে বিতৰ্ক ৷

উল্লেখ্য যে, কলকাতাস্থিত দলীয় কাৰ্যালয়ত এগৰাকী ব্যক্তিক চৰ শোধাইছিল বাবুল সুপ্ৰিয়ই ৷ বিজেপি নেতাগৰাকীৰ সৈতে সেই সময়ত উপস্থিত আছিল এগৰাকী গায়ক ৷ তদুপৰি একে সময়তে কাৰ্যালয়ত চলি আছিল এক সংবাদমেল ৷ পৰৱৰ্তী সময়ত এই কাণ্ডৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াযোগে ভাইৰেল হৈ পৰে ৷

বিজেপি নেতাগৰাকীৰ এই কাণ্ডক তীব্ৰ ভাষাৰে নিন্দা জনাইছে তৃণমূল কংগ্ৰেছৰ মুখপাত্ৰ কুণাল ঘোষে ৷ ইফালে এই ঘটনাটোৰ সন্দৰ্ভত বিজেপি নেতা বাবুল সুপ্ৰিয়ই স্পষ্টীকৰণ জাৰি কৰি এই ভিডিঅ’ৰ সত্যাসত্য অস্বীকাৰ কৰে ৷

লগতে পঢ়ক: কংগ্ৰেছ মহাজোঁটৰ চাবি-কাঠি মোৰ হাতত: আজমল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.