ETV Bharat / bharat

Covid in India: ভাৰতত সীমিত সংক্ৰমণ বি.এ.2.75 অ'মিক্ৰণৰ - BA 2 75 documented circulation in India

অ'মিক্ৰণৰ বি.এ.2 উপ-প্ৰকাৰ বি.এ.2.75-ৰ ভাৰতত সীমিত সংক্ৰমণ(Covid in India)। ইয়াক গুৰুতৰ হিচাপে নথিভুক্ত কৰা হোৱা নাই বুলি চৰকাৰী সূত্ৰই সদৰি কৰিছে।

corona
Covid in India: ভাৰতত সীমিত সংক্ৰমণ বি.এ.2.75 অ'মিক্ৰণৰ
author img

By

Published : Jul 6, 2022, 10:36 AM IST

নেচনেল ডেস্ক,৬জুলাই: অ'মিক্ৰণৰ বি.এ.2 উপ-প্ৰকাৰ বি.এ.2.75-ৰ অত্যাধিক সংক্ৰমিত প্ৰকাৰ ভাৰতত বৰ্তমানলৈকে সীমিত হৈ আছে (Omicrons BA.2 sub-variant BA.2.75 limite in India)। চৰকাৰী সূত্ৰই মঙলবাৰে এইদৰে উল্লেখ কৰি কয় যে ইয়াৰ বংশৰ তীব্ৰতা বা ৰোগৰ বিস্তাৰ বৃদ্ধি হোৱা বুলি এতিয়ালৈকে তথ্য় লাভ কৰা হোৱা নাই (Covid in India)। বৰ্তমান,এছ.এ.আৰ.এছ.-চি.ও.ভি.-2-ৰ উদ্বেগৰ মুখ্য প্ৰকাৰ হৈছে অ'মিক্ৰণ ভি.ও.চি । বিশ্বব্যাপী বি.এ.2 অমিক্ৰণৰ প্ৰকাৰে বি.এ.1 প্ৰকাৰৰ স্থান লোৱা বুলিও সূত্ৰটোৱে সদৰি কৰিছে।

corona
Covid in India: ভাৰতত সীমিত সংক্ৰমণ বি.এ.2.75 অ'মিক্ৰণৰ

ভাৰতত, বি.এ.2.75-ৰ সীমিত সংক্ৰমণ হোৱাৰ তথ্য় লাভ কৰা হৈছে (BA.2.75 documented circulation in India)। আনহাতে, এতিয়ালৈকে এই প্ৰকাৰৰ তীব্ৰতা বা ৰোগৰ বিস্তাৰ বৃদ্ধি হোৱাৰ কোনো তথ্য় পোৱা হোৱা নাই । একেটা সূত্ৰই সদৰি কৰা অনুসৰি যিহেতু বি.এ.2 বংশ বিকশিত হৈ আছে সেয়েহে ইয়াৰ বহুতো উপ-বংশ এতিয়া এক সুকীয়া পৰিৱৰ্তনৰ সৈতে বিকশিত হৈছে । উল্লেখ্য় যে বি.2.75 হৈছে বি.এ.2-ৰ একে ধৰণৰ উপ-প্ৰকাৰ । সূত্ৰটোৱে লগতে কয় যে এই উপ-প্ৰকাৰৰ বিস্তাৰ আৰু লগতে অ'মিক্ৰণৰ আন উপ-প্ৰকাৰ সমূহৰ প্ৰসাৰ নিৰীক্ষণ অব্যাহত ৰখাটো গুৰুত্বপূৰ্ণ ।

এছ.এ.আৰ.এছ.-চি.ও.ভি.-2-ৰ প্ৰকাৰৰ প্ৰকাৰসমূহ আগতীয়াকৈ চিনাক্ত কৰাৰ বাবে জিনোমিক অনুক্ৰমৰ স্কেল সম্প্ৰসাৰিত কৰাৰ প্ৰয়োজন । আনহাতে, বি.এ.2.75 হ'ল বি.এ.2 প্ৰকাৰৰ দ্বিতীয় প্ৰজন্মৰ উচ্চ ক্ষমতা সম্পন্ন । শেহতীয়াকৈ দেশত চি.ও.ভি.আই.ডি.-19 ৰোগীৰ সংখ্যা বৃদ্ধিৰ আঁৰত বি.এ.2.75 বি.এ.2 প্ৰকাৰ থকাৰ তথ্য় লাভ কৰা হৈছে বুলি চৰকাৰী সূত্ৰই উল্লেখ কৰিছে । ভাৰতত কোভিডত আক্ৰান্তৰ সংখ্য়া শেহতীয়াকৈ বৃদ্ধি পাইছে । দেশখনত মঙলবাৰে 13,086 টা সক্ৰিয় কৰোনা ভাইৰাছ ৰোগীৰ তথ্য় নথিভুক্ত কৰা হৈছে । ফলত সক্ৰিয় কৰোনা ভাইৰাছ ৰোগীৰ সংখ্যা 4,35,31,650 লৈ বৃদ্ধি হৈছে । আনহাতে সংক্ৰমণৰ সক্ৰিয় ঘটনাৰ সংখ্যা 1,14,475 লৈ বৃদ্ধি হৈছে বুলিও একেটা সূত্ৰতে প্ৰকাশ ।

লগতে পঢ়ক:etv comment image Thumbnail image আৰক্ষীৰ ভুৱা এনকাউন্টাৰৰ বলি হ’ল কীৰ্তিকমল বৰা

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.