নেচনেল ডেক্স, 3 মাৰ্চঃ বুধবাৰে জন্মু-কাশ্মীৰৰ খোনমোহ সেনা ছাউনীত সেনা বিষয়াৰ আত্মহত্যা ৷ ভাৰতীয় সেনাৰ কাৰ্যলয়ৰ পৰা জানিব দিয়া মতে আত্মহত্যা কৰা সেনা জনৰ নাম কৰ্ণেল সুদীপ ভাগট ৷ দেহত জুই লগাই আত্মহত্যা কৰা সেনা বিষয়াগৰাকীৰ মৃতদেহটো সেনা ছাউনীৰ পৰা উদ্ধাৰ কৰা হয় ৷ বৰ্তমান পৰ্যন্ত আত্মহত্যাৰ কাৰণ জানিব পৰা হোৱা নাই ৷
লগতে পঢ়কঃ হাগ্ৰামাই বাহিনীৰ দখলত থকা ১২ খন আসন সন্দৰ্ভত কি ক'লে প্ৰদ্যুৎ বৰদলৈয়ে?