ETV Bharat / bharat

Injured Big B: বিগ বিৰ বাওঁ ভৰিত পৰিল চিলাই

author img

By

Published : Oct 23, 2022, 2:59 PM IST

বাওঁ ভৰিৰ শিৰা কটাৰ ফলত অনিয়ন্ত্ৰিত ৰক্তক্ষৰণৰ বাবে ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় জনপ্ৰিয় অভিনেতা অমিতাভ বচ্চনক (Amitabh Bachchan rushed to hospital ) ৷

Amitabh Bachchan cut vein on left calf, was rushed to hospital with uncontrollable bleeding
Injured Big B: বাওঁ ভৰিত পৰিল চিলাই

নেশ্যনেল ডেস্ক,23 অক্টোবৰ: আঘাতপ্ৰাপ্ত বিগ বি অমিতাভ বচ্চন(Injured big b Amitabh Bachchan) ৷ বাওঁ ভৰিৰ ঘিলাত দুখ পোৱা বুলি অমিতাভ বচ্চনে দেওবাৰে প্ৰকাশ কৰে (Amitabh Bachchan cut a vein on left calf)। অনিয়ন্ত্ৰিতভাৱে তেজ ওলোৱাৰ বাবে মেগাষ্টাৰজনক ততাতৈয়াকৈ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় (Amitabh Bachchan rushed to hospital )। কৌন বনেগা ক্ৰৌৰপতিৰ জনপ্ৰিয় হোষ্ট গৰাকীয়ে কয় যে চিকিৎসকে তেওঁক কষ্টকৰ কাম অথবা ট্ৰেডমিলত খোজ নাকাঢ়িবলৈ পৰামৰ্শ আগবঢ়াইছে (kaun banega crorepati) ।

মেগাষ্টাৰ অমিতাভ বচ্চনে জানিবলৈ দিয়া অনুসৰি, শেহতীয়াকৈ তেওঁৰ বাওঁ ভৰিৰ তলৰ অংশৰ শিৰা কাটি যোৱাৰ পিছত তেওঁক ততাতৈয়াকৈ স্থানীয় এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে (Amitabh Bachchan cut a vein on left calf )। চলিত বৰ্ষৰ আৰম্ভণিতে ৮০ বছৰ সম্পূৰ্ণ কৰা চিনেমা আইকন গৰাকীয়ে নিজৰ অফিচিয়েল ব্লগত এই খবৰটো শ্বেয়াৰ কৰি কৰাৰ লগতে অনিয়ন্ত্ৰিত ৰক্তক্ষৰণ নিয়ন্ত্ৰণ কৰিবলৈ চিলাই লবলগীয়া হৈছে বুলি উল্লেখ কৰে(Big B completed 80 years)৷

ধাতুৰ এটা ওলাই থকা টুকুৰাই তেওঁৰ বাওঁ ভৰিৰ ঘিলাক আঘাতপ্ৰাপ্ত কৰাৰ লগতে টুকুৰা টুকুৰ কৰি শিৰা কাটি পেলায় ৷ যাৰ ফলত অনিয়ন্ত্ৰিত ৰক্তক্ষৰণ হোৱাৰ লগতে চিকিৎসকৰ পৰামৰ্শ অনুসৰি অস্ত্ৰোপ্ৰচাৰ আৰু আঘাতপ্ৰাপ্ত অংশত চিলাই লবলগীয়া হ'ল বুলিও বিগ বিয়ে উল্লেখ কৰে ৷ চিকিৎসকৰ লগতে চিকিৎসা প্ৰদান কৰা দলটোৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে মেগাষ্টাৰ অমিতাভ বচ্চনে ৷

উল্লেখ্য যে চলিত বৰ্ষত মেগাষ্টাৰগৰাকীয়ে ঝুণ্ড, ৰাণৱে34, ব্ৰক্ষ্মাস্ত্ৰ: পাৰ্ট ওৱান শিৱা এণ্ড গুডবাই ছবিকেইখনত অভিনয় কৰিছে ৷ বিগ বি অভিনীত সুৰজ বৰজাত্য পৰিচালিত আন এখন ছবি 11 নৱেম্বৰত মুক্তি পোৱাৰ কথা ৷

লগতে পঢ়ক: JK Police and 23 RR Army joint search operation: বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.