ETV Bharat / bharat

উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিঙক সাক্ষাৎ গৃহমন্ত্ৰীৰ

author img

By

Published : Aug 1, 2021, 7:35 PM IST

সঞ্জয় গান্ধী স্নাতকোত্তৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান (Sanjay Gandhi Postgraduate Institute of Medical Sciences)ত চিকিৎসাধীন হৈ আছে উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিং ৷ দেওবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷

Amit Shah visits Kalyan Singh in hospital
উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিঙক সাক্ষাৎ গৃহমন্ত্ৰীৰ

নেশ্যনেল ডেস্ক, ১ আগষ্ট : কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে(Union Home Minister Amit Shah) দেওবাৰে উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিং (Chief Minister Kalyan Singh) ক সাক্ষাৎ কৰে । সম্প্ৰতি সঞ্জয় গান্ধী স্নাতকোত্তৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান (Sanjay Gandhi Postgraduate Institute of Medical Sciences)ত চিকিৎসাধীন হৈ আছে উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিং (Chief Minister Kalyan Singh) ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে (Union Home Minister Amit Shah) চিকিৎসালয়ত সাক্ষাৎ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিঙ (Chief Minister Kalyan Singh)ক ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে(Union Home Minister Amit Shah) উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ (Chief Minister Yogi Adityanath)ৰ সৈতে চিকিৎসালয়ত উপস্থিত হয় ৷ শ্বাহে জ্যেষ্ঠ চিকিৎসকসকলৰ পৰা প্ৰবীণ নেতাজনৰ স্বাস্থ্যৰ বুজ লয় ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে (Union Home Minister) কল্যাণ সিঙৰ পৰিয়ালৰ সদস্যসকলৰ লগতো কথা পাতে ৷

সঞ্জয় গান্ধী স্নাতকোত্তৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান (Sanjay Gandhi Postgraduate Institute of Medical Sciences)ৰ সঞ্চালক অধ্যাপক আৰ কে ধিমানে উল্লেখ কৰা অনুসৰি, প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিঙৰ অৱস্থা সংকটজনক যদিও বৰ্তমান তেওঁ স্বাস্থ্য সুস্থিৰ হৈ আছে ৷

চিকিৎসকৰ দলটোৱে লগতে বিগত 72 ঘণ্টাৰ পৰা প্ৰবীণ নেতাজনৰ ডায়েলাইচিছ কৰি থকাৰ লগতে ভেণ্টিলেটৰৰ সহায়ত ৰখাৰ কথা জানিবলৈ দিয়ে ৷ উল্লেখ্য যে, বিজেপিৰ ৮৯ বছৰীয়া প্ৰবীণ নেতা তথা উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিঙ (Chief Minister Kalyan Singh)ক সংক্ৰমণ আৰু চেতনাৰ স্তৰ হ্ৰাস(infection and reduced consciousness level) হোৱাৰ বাবে ৪ জুলাইত সঞ্জয় গান্ধী স্নাতকোত্তৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান (Sanjay Gandhi Postgraduate Institute of Medical Sciences)ত ভৰ্তি কৰা হৈছিল । ইয়াৰ পূৰ্বে তেওঁ ৰাম মনোহৰ লোহিয়া চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান (Ram Manohar Lohia Institute of Medical Sciences)ত চিকিৎসাধীন হৈ আছিল ।

লগতে পঢ়ক : তিনি তালাকক ফৌজদাৰী অপৰাধ ঘোষণা কৰাৰ দুবছৰ সম্পূৰ্ণ কৰিলে ভাৰতে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.