ETV Bharat / bharat

১ নৱেম্বৰৰ পৰা আকাশ বিমানত নিব পাৰিব পোহনীয়া জন্তু

author img

By

Published : Oct 6, 2022, 8:49 PM IST

আপোনাৰ পোহনীয়া জন্তুৰ প্ৰতি মোহ আছে নেকি ! পোহনীয়া মৰমৰ পোহনীয়া জন্তুটো ঘৰত এৰি থৈ যাবলৈ আপুনি বেয়া পায় নেকি ! চিন্তা নকৰিব, এতিয়াৰ পৰা আপুনি য’লৈকে যায় আপোনাৰ মৰমৰ জন্তুটো আপুনি লগত লৈ যাব পাৰিব ৷ কাৰণ আকাশ বিমানে পোহনীয়া জীৱ-জন্তুক বিমানত যাতায়ত কৰাৰ অনুমতি দিছে (Akasa Air announces pets on board) ৷

Akasa Air to allow pets on board soon
১ নৱেম্বৰৰ পৰা আকাশা বিমানত নিব পাৰিব পোহনীয়া জন্তু

নিউজ ডেস্ক, 6 অক্টোবৰ: 1 নৱেম্বৰৰ পৰা পোহনীয়া জন্তুক বিমানত যাতায়ত কৰাৰ বাবে অনুমতি দিছে আকাশ বিমানে (Pets on board from November 1 in akasa air) ৷ বৃহস্পতিবাৰে আকাশ বিমানে ঘোষণা কৰে এই কথা । এক সামগ্ৰিক আৰু মানৱীয় ভ্ৰমণ অভিজ্ঞতা সৃষ্টি কৰাৰ দৃষ্টিভংগীৰে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে আকাশ বিমান কৰ্তৃপক্ষই (Vinay Dubey CEO of India low cost airline) ৷

ইয়াৰ পূৰ্বে কেৱৰ এয়াৰ ইণ্ডিয়াইহে নিৰ্দিষ্ট ওজনৰ পোহনীয়া জীৱ-জন্তুক বিমানত যাতায়ত কৰাৰ অনুমতি দিছিল ৷ অৱশ্যে আকাশ বিমানত উৰা যাত্ৰীসকলে কেবিনত কেৱল 7 কিলোগ্ৰাম ওজনৰ পোহনীয়া জন্তুৰ সৈতে ভ্ৰমণ কৰিবলৈ সক্ষম হ'ব ৷ ইয়াৰ বাহিৰে আন আন পোহনীয়া জন্তুক কাৰ্গোত যাতায়তৰ বাবে অনুমতি দিয়া হ'ব ৷

প্ৰখ্যাত ব্যৱসায়ী প্ৰয়াত ৰাকেশ ঝুনঝুনৱালাৰ আকাশ বিমানে লগতে শীঘ্ৰে বিমানত পোহনীয়া জন্তু (মেকুৰী আৰু কুকুৰ)ক মাচুলৰ পৰিমাণ পৰিশোধ কৰি কেবিনত উৰা মাৰিবলৈ অনুমতি দিব ৷ আকাশ বিমানৰ মুখ্য কাৰ্যবাহী বিষয়া বিনয় ডুবেয়ে (Vinay Dubey CEO of Akasa airline)অহা বছৰৰ মাৰ্চ মাহৰ শেষৰফালে তেওঁলোকে নতুনকৈ 18 খন 737-মেক্স বিমান সেৱা মুকলি কৰাৰ কথা জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ ছোনিয়া গান্ধীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.