ETV Bharat / bharat

অন্ধ্ৰ প্ৰদেশত গৰ্ভৱতী মহিলাৰ পঞ্চায়ত নিৰ্বাচনত বিজয় সাব্যস্ত

author img

By

Published : Feb 14, 2021, 10:55 PM IST

অন্ধ্ৰ প্ৰদেশত পঞ্চায়ত নিৰ্বাচনত এগৰাকী প্ৰতিদ্বন্দী প্ৰাৰ্থী চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে ৷ কাৰণ এগৰাকী 9 মাহৰ গৰ্ভৱতী মহিলাই পঞ্চায়তৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াইছে ৷ দেওবাৰে পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাৰ সময়ত মহিলা গৰাকীয়ে এগৰাকী কন্যা সন্তান জন্ম দিয়ে ৷

A baby girl birth is lucky to her mother in the elections
অন্ধ্ৰ প্ৰদেশত গৰ্ভৱতী মহিলাৰ পঞ্চায়ত নিৰ্বাচনত বিজয় সাব্যস্ত

নিউজ ডেস্ক, 12 ফেব্ৰুৱাৰী : অন্ধ্ৰ প্ৰদেশত পঞ্চায়ত নিৰ্বাচনত এগৰাকী প্ৰতিদ্বন্দী প্ৰাৰ্থী চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে ৷কাৰণ এগৰাকী 9 মাহৰ গৰ্ভৱতী মহিলাই পঞ্চায়তৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াইছে ৷ দেওবাৰে পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাৰ সময়ত মহিলা গৰাকীয়ে এগৰাকী কন্যা সন্তান জন্ম দিয়ে ৷ যিটো মহিলা গৰাকীৰ বাবে নিৰ্বাচনত জয়লাভ কৰাতকৈ বেছি বিজয় বুলি সাব্যস্ত কৰে ৷

উল্লেখ্য যে, গৰ্ভৱতী মহিলা গৰাকীয়ে অন্ধ্ৰ প্ৰদেশৰ কৃষ্ণা জিলাৰ কৰকল্লু পঞ্চায়তৰ পৰা প্ৰতিনিধিত্ব কৰিছিল ৷ ইফালে, মহিলা গৰাকীয়ে 689 টা ভোটৰ ব্যবধানত বিজয় সাব্যস্ত কৰা বুলিও জানিব পৰা গৈছে ৷

লগতে পঢ়ক : বজাৰৰ অভাৱত ক্ৰমাৎ হ্ৰাস পোৱাৰ দিশে চিৰসেউজ লাম্পীৰ কুছিফুল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.