ETV Bharat / bharat

মিজোৰামত পুনৰ ৬ জন আক্ৰান্ত কৰ'ণাত

author img

By

Published : Jan 19, 2021, 10:05 PM IST

সোমবাৰে ৰাজ্য়খনত ৬ গৰাকী নতুনকৈ আক্ৰান্ত হয় কৰ'ণাত । জোৰাম মেডিকেল কলেজত ৪৯৯ টা নমুনা পৰীক্ষণৰ পিছত ৫ গৰাকী লোকৰ দেহত ধৰা পৰে ভাইৰাছৰ অৱস্থিতি ।

মিজোৰামত পুনৰ ৬ জন আক্ৰান্ত কৰ'ণাত
মিজোৰামত পুনৰ ৬ জন আক্ৰান্ত কৰ'ণাত

নিউজ ডেস্ক , ১৯ জানুৱাৰী : মিজোৰামত পুনৰ ধৰা পৰিছে ক'ভিড-১৯ত আক্ৰান্ত লোক । সোমবাৰে ৰাজ্য়খনত ৬ গৰাকী নতুনকৈ আক্ৰান্ত হয় কৰ'ণাত । ১৭ জানুৱাৰীত জোৰাম মেডিকেল কলেজত ৪৯৯ টা নমুনা পৰীক্ষণৰ পিছত ৫ গৰাকী লোকৰ দেহত ধৰা পৰে ভাইৰাছৰ অৱস্থিতি । ২৯ ৰ পৰা ৫২ বছৰ বয়সৰ ভিতৰৰ ৪ গৰাকী পুৰুষ আৰু এগৰাকী মহিলাৰ দেহত পোৱা যায় ক'ভিড-১৯ ভাইৰাছ । ইফালে ট্ৰুনেট লেবত ১৯ টা নমুনা পৰীক্ষা কৰা হৈছিল যদিও এটাও পজিটিব পোৱা নাযায় । অৱশ্য়ে ৭৩৭ টা ৰেপিড এন্টিজেন টেষ্টত এগৰাকী ১৮ বছৰীয়া যুৱতীৰ দেহত পোৱা যায় এই ভাইৰাছ ।

আনহাতে ৰাজ্য়খনত ১৮ জানুৱাৰীৰ দিনটোত ১৩৮১ টা নমুনা পৰীক্ষা কৰা হৈছিল । সম্প্ৰতি মিজোৰামত ১ লাখ ৯৪ হাজাৰ ৪১৬ টা নমুনা পৰীক্ষা কৰা হৈছে ।

লগতে পঢ়ক : অৰুণাচলত চীনৰ আন্তঃগাঁথনি ভিত্তিহীন আখ্যা প্ৰতিৰক্ষা বিভাগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.