ETV Bharat / bharat

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ 57 সংখ্যক জন্মদিন

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ(Amit Shah)ৰ 57 সংখ্যক জন্মদিন উপলক্ষে আহমেদাবাদৰ সানন্দ তালুকাৰ মণিপুৰ গাঁৱৰ সেৱা সেতু(Seva Setu) শিবিৰত অংশগ্ৰহণ কৰিব গুজৰাটৰ নৱ-নিৰ্বাচিত মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে(Bhupendra Patel) ৷ ইতিমধ্যে ছ’চিয়েল মিডিয়াযোগে গৃহমন্ত্ৰীগৰাকীক বিভিন্নজনে জনাইছে জন্মদিনৰ শুভেচ্ছা ৷

author img

By

Published : Oct 22, 2021, 11:47 AM IST

57th birthday of union home minister amit shah
গৃহমন্ত্ৰী অমিত শ্বাহৰ 57 সংখ্যক জন্মদিন

নেশ্যনেল ডেস্ক, 22 অক্টোবৰ : আজি দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ(Amit Shah)ৰ 57 সংখ্যক জন্মদিন ৷ ছ’চিয়েল মিডিয়াযোগে ইতিমধ্যে গৃহমন্ত্ৰীগৰাকীক ওপজা দিনৰ শুভেচ্ছা জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(PM Modi) প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং(Rajnath Singh), উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ(Yogi Adityanath)কে ধৰি বহু গণ্য-মান্য ব্যক্তিয়ে ৷

উল্লেখ্য যে, 2019 চনত লোকসভা নিৰ্বাচনত সাংসদৰূপে অধিষ্ঠিত হোৱাৰ পাচতে ৰাজনীতিত প্ৰৱেশ কৰে অমিক শ্বাহে ৷ ৰাজনীতৈক কাৰ্যকালত শ্বাহে Article-370 উঠাই লোৱা, CAA বলৱৎ, UAPA আদিৰ দৰে ডাঙৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

  • भारतीय राजनीति में कर्मठता, जीवटता एवं प्रतिबद्धता के आदर्श मानक, राष्ट्रवादी चेतना के प्रबल संवाहक, यशस्वी गृह व सहकारिता मंत्री श्री @AmitShah जी को जन्मदिन की हार्दिक बधाई व शुभकामनाएं।

    प्रभु श्री राम से आपके उत्तम स्वास्थ्य एवं सुयशपूर्ण व सुदीर्घ जीवन की कामना है।

    — Yogi Adityanath (@myogiadityanath) October 21, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

গৃহমন্ত্ৰীগৰাকীক জন্মদিনৰ শুভেচ্ছা জনাই টুইটাৰযোগে প্ৰধানমন্ত্ৰী মোডীয়ে লিখিছে, ‘‘মই অমিত ভাইৰ সৈতে কেইবা বছৰ ধৰি কাম কৰিছো ৷ দল আৰু চৰকাৰক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁৰ অৱদান অসামান্য ৷ এই উৎসাহেৰে তেওঁ দেশৰ সেৱা আগবঢ়াই থাকক । তেওঁ সুস্বাস্থ্য আৰু দীৰ্ঘজীৱি হোৱাৰ কামনা কৰিলো’’ ৷

  • Greetings and warm wishes to Union Home Minister and our senior colleague, Shri @AmitShah on his birthday. He is making tremendous efforts to ensure a safe and secure India. Praying for his long and healthy life in service of the people.

    — Rajnath Singh (@rajnathsingh) October 22, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

দেশৰ সৰ্ববৃহৎ ৰাজ্য উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে টুইটযোগে লিখিছে, ‘‘ভাৰতীয় ৰাজনীতিৰ কঠোৰ পৰিশ্ৰমৰ, জীৱনীশক্তি তথা প্ৰতিশ্ৰুতিৰ আদৰ্শ, ৰাষ্ট্ৰবাদী চেতনাৰ প্ৰৱল নেতা, যশস্বী মন্ত্ৰী অমিত শ্বাহলৈ জন্মদিনৰ হিয়াভৰা শুভেচ্ছা ৷ প্ৰভু শ্ৰীৰামৰ ওচৰত আপোনাৰ সু-স্বাস্থ্য আৰু সুদীৰ্ঘ জীৱনৰ কামনা কৰিলো’’ ৷

  • Birthday greetings to Shri @AmitShah Ji. I have worked with Amit Bhai for several years and witnessed his outstanding contributions to strengthen the Party and in Government. May he keep serving the nation with the same zeal. Praying for his good health and long life.

    — Narendra Modi (@narendramodi) October 22, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

আনহাতে, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শুভেচ্ছা বাৰ্তাত লিখিছে, ‘‘কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা আমাৰ জ্যেষ্ঠ সহযোগী শ্ৰী অমিত শ্বাহলৈ জন্মদিনৰ শুভেচ্ছা আৰু শুভকামনা ৷ তেওঁ ভাৰতক এখন সুৰক্ষিত দেশ নিৰ্মাণৰ ক্ষেত্ৰত যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে ৷ তেওঁৰ দীঘলীয়া আৰু সু-স্বাস্থ্যৰ কামনা কৰিলো’’ ৷

  • प्रधानमंत्री श्री @narendramodi ने आज अपने संबोधन में सौ करोड़ वैक्सीन खुराक देने की उपलब्धि की चर्चा करते हुए टीकाकरण अभियान के पीछे हुए राष्ट्रीय संकल्प की बात की।

    यह अभियान वैज्ञानिकों एवं चिकित्सा जगत के योगदान के साथ प्रधानमंत्रीजी के सक्षम नेतृत्व के कारण सफल हो रहा है।

ইয়াৰোপৰি, গুজৰাটৰ নৱ-নিৰ্বাচিত মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে(Bhupendra Patel)ও অমিত শ্বাহক ওপজা দিনৰ ওলগ জনায় ৷ কেন্দ্ৰী গৃহমন্ত্ৰী, ৰাজনীতিৰ মহানায়ক, উদ্যমী ব্যক্তিত্বৰ গৰাকী মাননীয় শ্ৰী অমিত শ্বাহলৈ জন্মদিনৰ হিয়াভৰা শুভেচ্ছা ৷ ঈশ্বৰৰ ওচৰত শ্বাহৰ যশস্বী জীৱন, উত্তম স্বাস্থ্য তথা দীৰ্ঘায়ু হোৱাৰ কামনা কৰে মুখ্যমন্ত্ৰী পেটেলে ৷

শ্বাহৰ জন্মদিন উপলক্ষে সেৱা সেতু কাৰ্যসূচীত ভাগ লয় গুজৰাটৰ মুখ্যমন্ত্ৰীয়ে

শুকুৰবাৰে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহৰ জন্মদিন উপলক্ষে আহমেদাবাদৰ সমীপৰ মণিপুৰ গাঁৱত অনুষ্ঠিত সেৱা সেতু(Seva Setu) কাৰ্যসূচীত ভাগ লয় ৷ এক বিবৃতিত উল্লেখিত অনুসৰি, গৃহমন্ত্ৰীৰ জন্মদিন উপলক্ষে মুখ্যমন্ত্ৰী পেটেলৰ কাৰ্যসূচী গান্ধীনগৰৰ লোকসভা সমষ্টিত আয়োজন কৰা হৈছে ৷

কিয়নো শ্বাহে এই সমষ্টিটোৰ পৰাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় ৷ এই কাৰ্যসূচীৰ জৰিয়তে স্থানীয় লোকে চৰকাৰী কাৰ্যালয়লৈ নোযোৱাকৈয়ে নিজ নিজ ঘৰতে প্ৰয়োজনীয় প্ৰমাণ-পত্ৰ আৰু নথি-পত্ৰ লাভ কৰে ।

  • ગાંધીનગર લોકસભાના પ્રજાવત્સલ સાંસદ તેમજ કેન્દ્રીય ગૃહ અને સહકાર મંત્રી શ્રી @AmitShah જી ના જન્મદિવસની ઉજવણી સાણંદ ખાતે દાદાગ્રામ સંસ્થાના ઋષિ આશ્રમ શાળાના બાળકો સાથે કરી હતી. pic.twitter.com/fmT7LfDGCq

    — Bhupendra Patel (@Bhupendrapbjp) October 22, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

পূৰ্বে ঘোষিত অনুসৰি, গুজৰাট চৰকাৰৰ সেৱা সেতু উদ্যোগৰ সপ্তম পৰ্যায় 22 অক্টোবৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ কৰা হ’ব ৷ গৃহমন্ত্ৰী অমিত শ্বাহৰ জন্মদিনৰ দিনাই গুজৰাটৰ মুখ্যমন্ত্ৰীয়ে আহমেদাবাদৰ সানন্দ তালুকাৰ মণিপুৰ গাঁৱৰ সেৱা সেতু শিবিৰত অংশগ্ৰহণ কৰা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : অমিত শ্বাহৰ ভ্ৰমণৰ পূৰ্বে জম্মু-কাশ্মীৰত কটকটীয়া নিৰাপত্তা বেষ্টনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.