ETV Bharat / bharat

সন্ধিয়া 5 বজাৰ দহটা শীৰ্ষ বাতৰি

author img

By

Published : Dec 21, 2020, 5:04 PM IST

সন্ধিয়া 5 বজাৰ দহটা শীৰ্ষ বাতৰি...

5 pm top ten news
5 pm top ten news

শিশু ধৰ্ষণকাৰীক ফাঁচীৰ নিৰ্দেশ বিশ্বনাথ জিলা আদালতৰ

বিশ্বনাথ চাৰিআলি অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতে ফাঁচীৰ নিৰ্দেশ দিলে শিশু ধৰ্ষণকাৰীক ।

জ্যেষ্ঠ কংগ্ৰেছ নেতা মতিলাল বোৰাৰ দেহাৱসান

সোমবাৰে দিল্লীৰ ফৰ্টিছ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে 93 বৰ্ষীয় জ্যেষ্ঠ কংগ্ৰেছ নেতা মতিলাল বোৰাই ৷ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হোৱাৰ উপৰিও চলিত বৰ্ষৰ এপ্ৰিললৈ ছত্তিশগড়ৰ পৰা ৰাজ্যসভাৰ সদস্য আছিল কংগ্ৰেছ নেতাগৰাকী ৷

এশ টকা দিলেই ক’ত পাই অৰুণোদয় আঁচনিৰ ধন ?

অৰুণোদয় আঁচনিৰ নামত বঙাইগাঁৱত অবাধ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি,গাঁওখনৰ পঞ্চায়ত সদস্যা লিপিকা দাসে আঁচনি খনৰ বাবদ হিতাধিকাৰীৰ পৰা সংগ্ৰহ কৰিছে ধন ৷ ধন নিদিলে হিতাধিকাৰীক ভাবুকি দিয়াৰো অভিযোগ উত্থাপন হৈছে পঞ্চায়ত সদস্যা গৰাকীৰ বিৰুদ্ধে ৷

ভাৰতত কৰ’ণা আক্ৰান্তৰ শেহতীয়া তথ্য

২০ ডিচেম্বৰলৈকে আইচিএমআৰৰ তথ্য অনুসৰি ১৬,২০,৯৮,৩২৯ টা সংগ্ৰহিত নমুনাৰ পৰীক্ষা ইতিমধ্যে সম্পন্ন হৈছে ৷ দেওবাৰৰ দিনটোত ৯,০০,১৩৪ টা নমুনাৰ পৰীক্ষা সম্পন্ন হয় ৷

দায়িত্বভাৰ গ্ৰহণ কৰিয়েই চাডেন ভিজিট বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ

বিটিআৰৰ মুখ্য কাৰ্যবাহী হিচাপে দায়িত্বভাৰ লৈয়ে চাডেন ভিজিট আৰম্ভ কৰিছে প্ৰমোদ বড়োৱে ৷ সোমবাৰে কোকৰাঝাৰ পৌৰসভাৰ কাৰ্যালয়ৰ লগতে কোকৰাঝাৰৰ নলাসমুহ পৰিদৰ্শন কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহীগৰাকীয়ে ৷ কিন্তু পৰিদৰ্শন কৰি ক্ষোভিত আৰু হতবাক হৈ পৰে প্ৰমোদ বড়ো ৷

পাইপলাইনৰ ক্ষমতা বৃদ্ধিৰ বাবে এন আৰ এল আৰু অইলৰ MoU ত স্বাক্ষৰ

পাম্পিঙ শ্ৰমতা বৃদ্ধি কৰাৰ বাবে নুমলীগড় ৰিফাইনেৰী লিমিটেড (এনআৰএল) আৰু অইল ইণ্ডিয়া লিমিটেড (অইল) ৰ MoU ত স্বাক্ষৰ ৷ মটৰ স্পিৰিট (পেট্ৰল), HSD(ডিজেল) আৰু SKO(কেৰাচিন) সম্বলিত এনএছপিএল ৰ ক্ষমতা 2024 ৰ শেষৰ ভাগলৈ বৃদ্ধি হ'ব বুলি আশা কৰা হৈছে ৷

বক্সিং দিৱসত অনুষ্ঠিত টেষ্টত মেন অৱ দ্য মেচক প্ৰদান কৰা হ'ব মুলাগ মেডিল বঁঁটা

মুলাগৰ প্ৰকৃত নাম আছিল উনাৰিমিন আৰু এজন দক্ষতাবান অলৰাউণ্ডাৰ আছিল । ১৮৬৮ চনত তেওঁৰ নেতৃত্বত অষ্ট্ৰেলিয়া ক্ৰিকেট দলটোৱে ব্ৰিটেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছিল ।

গোৱাত দৰা-কইনাক আশীৰ্বাদ দিলে ৰাষ্ট্ৰপতি কোবিন্দে

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে দেওবাৰে উপস্থিত হয় গোৱাৰ বিখ্যাত মহালছা মন্দিৰত ৷ মন্দিৰত অনুষ্ঠিত এখন বিবাহৰ দৰা-কইনাক আশীৰ্বাদ দিবলৈ ৰাষ্ট্ৰপতিগৰাকী গোৱাত উপস্থিত হয় ৷

মৰিগাঁৱত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সম্পাদক বাণীকান্ত দাসক সম্বৰ্ধনা

ৰিগাঁৱত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক বাণীকান্ত দাসক দলীয় সমৰ্থকৰ দ্বাৰা সম্বৰ্ধনা ৷

টাৰ্বাইন কঢ়িয়াই নিয়া বাহন আবদ্ধ কৰি আছুৰ প্ৰতিবাদ

ৰাজ্যৰ দল-সংগঠনৰ প্ৰতিবাদকো নেওচি পূৰ্ণোদ্যমে চলিছে বৃহৎ নদীবান্ধৰ কাম ৷ সোমবাৰে পুৱতি নিশা বঙাইগাঁও জিলাৰ যোগীঘোপাৰ পৰা সোৱণশিৰিলৈ টাৰ্বাইন কঢ়িয়াই নিয়ে 8 খনকৈ ট্ৰেইলাৰে ৷ আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে লৈ যোৱা হয় টাৰ্বাইনসমূহ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.