ETV Bharat / bharat

৩৩ শতাংশ চৰকাৰী চাকৰি হ’ব মহিলাৰ বাবে সংৰক্ষণ: অমিত শ্বাহ - আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস

ত্ৰিপুৰাত এদিনীয়া ভ্ৰমণৰ কাৰ্যসূচীৰে উপস্থিত হ’ল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ আগৰতলাৰ বিবেকানন্দ ময়দানত এক গণ সমাৱেশ সম্বোধন কৰি তেওঁ ঘোষণা কৰিলে ৰাজ্যখনৰ ৩৩ শতাংশ চৰকাৰী চাকৰি মহিলাৰ বাবে সংৰক্ষিত কৰাৰ কথা (government jobs in Tripura to be reserved for women) ৷

33-percent-government-jobs-in-tripura-to-be-reserved-for-women-amit-shah
৩৩ শতাংশ চৰকাৰী চাকৰি হ’ব মহিলাৰ বাবে সংৰক্ষণ: অমিত শ্বাহ
author img

By

Published : Mar 8, 2022, 7:36 PM IST

আগৰতলা, ০৮ মাৰ্চ: আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসৰ (International Women’s Day) দিনাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ত্ৰিপুৰাত ঘোষণা কৰিলে যে, ৰাজ্যখনৰ ৩৩ শতাংশ চৰকাৰী চাকৰি মহিলাৰ বাবে সংৰক্ষিত কৰা হ'ব (government jobs in Tripura to be reserved for women) ৷ ত্ৰিপুৰালৈ এদিনীয়া ভ্ৰমণৰ বাবে যোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে ত্ৰিপুৰাৰ গোমতী জিলাৰ উদয়পুৰ উপ-সংমণ্ডলৰ মাতা ত্ৰিপুৰা সুন্দৰী মন্দিৰলৈকো যায়, য'ত তেওঁ মন্দিৰটোৰ এখন ৰূপৰ দুৱাৰ উদ্বোধন কৰে ৷

৩৩ শতাংশ চৰকাৰী চাকৰি হ’ব মহিলাৰ বাবে সংৰক্ষণ: অমিত শ্বাহ

ইয়াৰ পিছত তেওঁ আগৰতলাৰ বিবেকানন্দ ময়দানত এক গণ সমাৱেশ সম্বোধন কৰে ৷ এই সমাৱেশত কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে নিজৰ বক্তব্য ৰাখি কয়, "বিজেপি চৰকাৰ গঠনৰ ৪ বছৰৰ পিছত মই দেখিবলৈ পাইছো, পূৰ্বতে ড্ৰাগছ মাফিয়াৰ তাণ্ডৱত ভুগি থকা ত্ৰিপুৰা আজি স্বাৱলম্বিতাৰ দিশে আগবাঢ়িছে ।

বিজেপি চৰকাৰে ৰাজ্যখনৰ প্ৰতিগৰাকী দুখীয়া লোকক বিদ্যুৎ যোগান ধৰাৰ কাম কৰিছে ৷ " ইয়াৰোপৰি এই সভাতে তেওঁ ঘোষণা কৰে যে, ত্ৰিপুৰাত ৩৩ শতাংশ চৰকাৰী চাকৰি মহিলাৰ বাবে সংৰক্ষিত ৰখা হ'ব ।

লগতে পঢ়ক : Heroin seize in India Myanmar Border : ভাৰত-ম্যানমাৰ সীমান্তত জব্দ 3 কোটি মূল্যৰ হেৰ’ইন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.