ETV Bharat / bharat

উৰিষ্যাৰ 32 শিক্ষাৰ্থীৰ দেহত ক’ভিডৰ অৱস্থিতি - এণ্টিজেন পৰীক্ষা

উৰিষ্যাত 32 জন শিক্ষাৰ্থীৰ দেহত কৰ’ণাৰ অৱস্থিতি ধৰা পৰিছে ৷ জিলা প্ৰশাসনে ছীল কৰিলে শিক্ষানুষ্ঠানখন ৷

উৰিষ্যাৰ 32 শিক্ষাৰ্থী কোভিড পজিটিভ
উৰিষ্যাৰ 32 শিক্ষাৰ্থী কোভিড পজিটিভ
author img

By

Published : Mar 31, 2021, 10:24 AM IST

নেচনেল ডেক্স,31 মাৰ্চ: উৰিষ্যাৰ কালাহাণ্ডী জিলাৰ প্ৰগতি বিজ্ঞান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 32 জন শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছে ক’ভিড 19 ৰ অৱস্থিতি ৷ ভাইৰাছবিধত আক্ৰান্ত শিক্ষাৰ্থী কেইগৰাকী হোষ্টেলৰ আৱাসী ৷ সম্প্ৰতি প্ৰত্যেকজন শিক্ষাৰ্থীকে কোৱাৰাণ্টাইন কৰা হৈছে ৷

শিক্ষানুষ্ঠানখনত কৰা এণ্টিজেন পৰীক্ষাৰ সময়ত ধৰা পৰে এই কথা ৷ COVID-19 পৰীক্ষাৰ বাবে আন শিক্ষাৰ্থীসকলৰ নমুনা সংগ্ৰহ কৰিবলৈ এটা চিকিৎসকৰ দল ইতিমধ্য়ে শিক্ষানুষ্ঠানখনত উপস্থিত হৈছে । লগতে প্ৰগতি বিজ্ঞান উচ্চতৰ মাধ্যমিক বিদ্যালয়খন জিলা প্ৰশাসনৰ দ্বাৰা সম্পূৰ্ণৰূপে ছীল কৰা হৈছে ।

লগতে পঢ়কঃ এইমছত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ বাইপাছ অস্ত্ৰোপচাৰ সম্পন্ন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.