ETV Bharat / bharat

দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি

দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি...

দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি
দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি
author img

By

Published : Dec 7, 2020, 2:59 PM IST

গোৰেশ্বৰৰ পৰা বিটিচি নিৰ্বাচনৰ সবিশেষ

বাক্সাত ৭,৪১,৯১৯ গৰাকী ভোটাৰে 11 টা সমষ্টিত আজি নিৰ্ণয় কৰিব ৭০ গৰাকী প্ৰাৰ্থীৰ ভাগ্য ৷ গোৰেশ্বৰত বিটিচি নিৰ্বাচন সন্দৰ্ভত ইটিভি ভাৰতৰ সাংবাদিক কনক শইকীয়াৰ প্ৰতিবেদন...

ভোটাধিকাৰ সাব্যস্ত প্ৰমোদ বড়ো আৰু বিশ্বজিৎ দৈমাৰীৰ

আজি অনুষ্ঠিত হৈছে বড়োলেণ্ড টেৰিটৰীয়েল কাউন্সিল (বিটিচি)ৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ৷ বিটিচিবাসী ৰাইজৰ লগতে ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হৈ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়ো আৰু ন বিজেপি তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীয়ে ৷

উত্তৰ প্ৰদেশৰ কৃষকক কুঁহিয়াৰৰ মূল্য পৰিশোধ নকাৰৰ বিৰুদ্ধে সৰৱ প্ৰিয়ংকা গান্ধী

উত্তৰ প্ৰদেশৰ কৃষকসকলক কুঁহিয়াৰৰ মূল্য পৰিশোধ নকৰাৰ বাবে শাসকীয় বিজেপি চৰকাৰক টুইটাৰযোগে সমালোচনা কংগ্ৰছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভদ্ৰাৰ ৷

তিতাবৰীয়া ৰাইজে আয়োজন কৰিলে প্ৰয়াত তৰুণ গগৈৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ

তিতাবৰত ৰাইজে আয়োজন কৰিলে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ। ৰতনপুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ খেল পথাৰত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰে তৰুণ গগৈৰ আদ্যশ্ৰাদ্ধ ৷

ৰাম মন্দিৰৰ বাবে সংগৃহীত অনুদানৰ হিচাপ বিচাৰিলে কংগ্ৰেছে

বিজেপিক ৰাম মন্দিৰ নিৰ্মাণৰ বাবে সংগৃহীত অনুদানৰ হিচাপ বিচাৰিলে ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে ৷ এই ক্ষেত্ৰত বিজেপিয়েও বাঘেলৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷

ওদালগুৰিত পুৱা ১১:৩০ বজালৈ ভোটদানৰ হাৰ ৩৬ শতাংশ

বি টি আৰ পৰিষদীয় নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আজি পুৱাৰে পৰা আৰম্ভ হৈছে ৷ ৰাতিপুৱা ১১:৩০ বজালৈ ওদালগুৰিত ভোটদানৰ হাৰ ৩৬ শতাংশ হৈছে ৷

এফালে বোকাখাটত অগপৰ ৰণশিঙা আনফালে খুমটাইত এজেপিত অগপ নেতাৰ যোগদান

গোলাঘাটত অগপৰ অস্তিত্বৰ দুখন বিপৰীত ছবি ৷ এফালে বোকাখাটত দলটোৱে নিৰ্বাচনী ৰণশিঙা বজোৱাৰ পৰিৱৰ্তে খুমটাইত অনুষ্ঠিত অসম জাতীয় পৰিষদৰ যোগদান সমাৰোহত এজেপিত যোগদান কৰিলে অগপ ত্যাগ কৰা বহু নেতা কৰ্মীয়ে ৷ যোগদান সমাৰোহত উপস্থিত থাকি লুৰিণজ্যোতি গগৈক এজেপিৰ নেতৃত্ব দিবৰ বাবে আহ্বান অসম জাতীয় পৰিষদৰ মুখ্য আহ্বায়ক অদীপ কুমাৰ ফুকনৰ ৷

বৰ্তমানেও চূড়ান্ত হোৱা নাই AIUDFৰে মিত্ৰতাঃ প্ৰদ্যুৎ বৰদলৈ

কেতিয়াবা বৃহৎ জয়ৰ বাবে ত্যাগ কৰিবলগীয়া হ'ব পাৰে ৷ বৰপেটাৰ খন্দকাৰপাৰাত ফিৰ্দাউচ চেৰিটেবল ছ'চাইটিৰ মুকলি সভা এখনত অংশ গ্ৰহন কৰি এই মন্তব্য কৰে বৰপেটাৰ কংগ্ৰেছ সাংসদ আব্দুল খালেকে ৷ সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে বৰ্তমানেও এ আই ইউ ডি এফৰ সৈতে মিত্ৰতা খাটাং হোৱা নাই বুলি মন্তব্য কৰে ৷

নেপালে মঙলবাৰে ঘোষণা কৰিব মাউণ্ট এভাৰেষ্টৰ নতুন উচ্চতা

মঙলবাৰে নেপালে ঘোষণা কৰিব মাউণ্ট এভাৰেষ্টৰ বৰ্তমানৰ উচ্চতাৰ বিষয়ে । নেপালে ধাৰণা কৰিছিল যে, ২০১৫ চনৰ ভূমিকম্পৰ পিছত মাউণ্ট এভাৰেষ্টৰ উচ্চতা পূৰ্বৰ দৰে ৮,৮৪৮ মিটাৰ হৈ থকা নাই ।

শান্তিপূৰ্ণভাৱে ভোট দানৰ আহ্বান বিপিএফৰ প্ৰাৰ্থী অনচুমৈ খুংগুৰ বড়োৰ

পুৱা 7.30 বজাৰ পৰা আৰম্ভ হৈছে বিটিচিৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ৷ ভোটদানত প্ৰত্যক্ষ কৰা হৈছে ৰাইজৰ উৎসাহ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.