ETV Bharat / snippets

বকলীয়াঘাটৰ মাহগুৰিত বজ্ৰ পৰি চাৰিজন লোক আহত, চাৰিটা পশুধনৰ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Jun 24, 2024, 10:53 PM IST

INJURED BY THUNDERBOLT
বজ্ৰ পৰি চাৰিজন লোক আহত (ETV BHARAT)

ডিফু, 24 জুন : সোমবাৰে বিয়লি প্ৰায় চাৰিমান বজাত অহা এজাক মুষলধাৰ বৰষুণৰ মাজতে বজ্ৰ পৰি বকলীয়াঘাট মাহগুৰিত চাৰিজন লোক কম-বেছি পৰিমাণে আহত হয় ৷ আহত চাৰিজন ক্ৰমে মহেন্দ্ৰ ডেকা, দীপক ডেকা,শুভৰাম কোঁৱৰ, ৰূপক কোঁৱৰ বুলি জানিব পৰা গৈছে ৷

আহত কেইজনক ততাতৈয়াকৈ বকলীয়াঘাট সামূহিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ ইফালে ৰজাপথাৰ হান্থুজানত বিদ্যুৎ পৰিবাহী তাঁৰৰ ওপৰত বজ্ৰ পৰি তাঁৰ চিগি পশুধনৰ ওপৰত পৰাত চাৰিটাকৈ পশুধনৰ মৃত্যু হয় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.