ETV Bharat / snippets

দায়িত্বত থকা অৱস্থাতেই শিৱসাগৰ সদৰ ডাকঘৰৰ নৈশ চকীদাৰক হত্যা

author img

By ETV Bharat Assamese Team

Published : Aug 5, 2024, 3:51 PM IST

MURDER IN SIVASAGAR
ডাকঘৰৰ নৈশ চকীদাৰক হত্যা (ETV Bharat Assam)

শিৱসাগৰ, 5 আগষ্ট : শিৱসাগৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ শিৱসাগৰ সদৰ ডাক ঘৰত নৈশ চকীদাৰৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰ ৷ মৃত নৈশ চকীদাৰ জনৰ নাম বুদ্ধেশ্বৰ গগৈ বুলি জানিবলৈ দিছে স্থানীয় লোকে ৷

জানিব পৰা মতে নিশাৰ দায়িত্বত আছিল নৈশ চকীদাৰ বুদ্ধেশ্বৰ গগৈ ৷ দুৰ্বৃত্তই ব্যক্তিজনক হত্যা কৰি থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.