ETV Bharat / snippets

ৰে’লৰ খুন্দাত দুবছৰীয়া পুত্ৰসহ নিহত মাতৃ

author img

By ETV Bharat Assamese Team

Published : Jun 26, 2024, 7:25 PM IST

KILLED IN TRAIN HIT
হৃদয়বিদাৰক ঘটনা (ETV BHARAT ASSAM)

যোৰহাট, 26 জুন : মৰিয়নীৰ নগাধূলিৰ নগাপথাৰত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা ৷ উজনিমুৱা 15910 অৱধ অসাম এক্সপ্ৰেছৰ খুন্দাত ঘটনাস্থলীতে দুবছৰীয়া পুত্ৰৰ সৈতে নিহত মাতৃ ৷ নিহত মৰিয়নীৰ নগাধূলিৰ 5নং লাইনৰ ববিতা চামাচি (18) আৰু তেওঁৰ দুবছৰীয়া পুত্ৰ বুলি চিনাক্ত কৰা হৈছে ৷ ঘটনাস্থলীত পৰৱৰ্তী সময়ত আৰ পি এফ আৰু জি আৰ পি উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷

আনহাতে স্থানীয় একাংশই পাৰিবাৰিক কন্দলৰ বাবে মাতৃ-পুত্ৰই ৰে’লৰ আগত পৰি আত্মহত্যা কৰে বুলি মন্তব্য কৰিছে ৷ এই ঘটনাই মৰিয়নীত শোকৰ ছাঁ পেলাইছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.