ETV Bharat / snippets

এদিনতে দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা : সাংবাদিকসহ আহত 5 আৰোহী

author img

By ETV Bharat Assamese Team

Published : Jul 30, 2024, 8:00 AM IST

5 injured in a road accident in Dibrugarh
বাছ দুৰ্ঘটনা (ETV Bharat Assam)

মৰাণ, 30 জুলাই: ডিব্ৰুগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ জিলাখনৰ কাছাবাৰীত তীব্ৰবেগী অচিনাক্ত বাহনে মহতিয়ালে দুখন বাইকত অহা পাঁচজনকৈ আৰোহীক । ইয়াৰে এজনৰ অৱস্থা সংকটজনক ।

ডিব্ৰুগড়ৰ চৌকিডিংগি দিশৰ পৰা খনিকৰ চাৰিআলি দিশলৈ গৈ থকা অৱস্থাতে পিছফালৰ পৰা বাইক দুখনক খুন্দিয়াই এখন তীব্রবেগী বাহনে ৷ আহত আটাইকেইজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । আহতসকলৰ মাজক এজন পেচাত সংবাদকৰ্মী বুলি জানিব পৰা গৈছে ৷ আহত এজনৰ অৱস্থা সংকটজনক ৷

উল্লেখযোগ্য যে, সোমবাৰে দিনৰ ভাগত ডিব্ৰুগড়ৰ লেপেটকটাত আন এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । এখন আলট্ৰা বাছ পথৰ কাষত বাগৰি পৰাৰ পিচতে সংঘটিত হয় দুৰ্ঘটনাটো । দুৰ্ঘটনাগ্রস্ত আলট্ৰা বাছখনৰ নম্বৰ হৈছে AS 06 CC0822 ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.