ETV Bharat / snippets

লখিমপুৰত ৰে'লৰ খুন্দাত এজন লোকৰ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Jun 24, 2024, 6:48 AM IST

Incident in Lakhimpur
লখিমপুৰত অঘটন (ETV BHARAT ASSAM)

লখিমপুৰ, ২৪ জুন : লখিমপুৰত অঘটন । দেওবাৰে বিয়লি ৰে'লৰ খুন্দাত নিহত হয় এজন লোক । নগৰৰ সমীপৰ বোৱালগুৰিৰৰ দুই নং ক্ৰ'ছিঙৰ কাষত এই অঘটনটো সংঘটিত হয় । বিয়লি তিনিচুকীয়াৰ পৰা নাহৰলগন অভিমুখী যাত্ৰীবাহী ৰে'লখনে খুন্দিওৱাৰ ফলতে লোকজনৰ মৃত্য়ু হয় ।

স্থানীয় লোকে উল্লেখ কৰা মতে, মৃত লোকজনৰ নাম মাখনি সিং ৷ তেওঁৰ আনুমানিক বয়স 60 ৷ বাতৰি লিখা পৰলৈকে এই ঘটনাটো দুৰ্ঘটনা নে আন কোনো কাৰণত সংঘটিত হৈছে সেয়া জানিব পৰা হোৱা নাই ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.