ETV Bharat / snippets

বাঘজানৰ দিয়ামূলী চাহ বাগিচাত নাহৰফুটুকীৰ মৃতদেহ উদ্ধাৰ

author img

By ETV Bharat Assamese Team

Published : Jul 27, 2024, 9:56 PM IST

Leopard body found
বাঘজানৰ দিয়ামূলী চাহ বাগিচা (ETV Bharat Assam)

তিনিচুকীয়া, ২৭ জুলাই: তিনিচুকীয়া জিলাৰ বাঘজানৰ দিয়ামূলী চাহ বাগিচাত শনিবাৰে এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘৰ মৃতদেহ উদ্ধাৰ হয় । স্থানীয় ৰাইজে হঠাৎ মৃত বাঘটো প্ৰত্য়ক্ষ কৰি স্থানীয় আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে বন বিভাগক খবৰ দিয়ে ৷

তিনি-চাৰিদিন পূৰ্বে বাঘটোৰ মৃত্যু হৈছে বুলি সন্দেহ কৰা হৈছে । বাঘটোৰ মৃত্যুৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই । পৰৱৰ্তী সময়ত বন বিভাগে বাঘটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.