ETV Bharat / snippets

আগন্তুক পাঁচ দিন উৎকট গৰমে দহিব ৰাজ্যবাসীক

author img

By ETV Bharat Assamese Team

Published : Jul 27, 2024, 6:21 PM IST

HEAT WAVE IN ASSAM
উৎকট গৰমে দহিব ৰাজ্যবাসীক (ETV Bharat (File Photo))

মিৰ্জা, 27 জুলাই : আগন্তুক পাঁচ দিন উৎকট গৰমে দহিব অসমবাসীক ৷ এই পাঁচ দিনলৈ গৰমৰ প্ৰকোপ নকমে ৰাজ্যত । ৩১ জুলাই পৰ্যন্ত ৰাজ্যত প্ৰায়ে বতৰ শুকান হৈ থাকিব যদিও কিছু কিছু ঠাইত বতৰ ডাৱৰীয়া আৰু পাতলীয়া বৰষুণ দিয়াৰ সম্ভাৱনা আছে । দেওবাৰৰ পৰা অসম, মেঘালয়, অৰুণাচলৰ কিছু কিছু ঠাইত বৰষুণ দিয়াৰ সম্ভাৱনা আছে । অৱশ্যে বৰষুণ হ’লেও ৰাজ্যত গৰমৰ প্ৰকোপ কমাৰ সম্ভাৱনা নাই বুলি প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.