ETV Bharat / snippets

অসম গ্ৰামীণ বিকাশ বেংকৰ ৮.২৮ কোটি টকীয়া কেলেংকাৰীৰ বিৰুদ্ধে চি বি আইৰ অভিযান

author img

By ETV Bharat Assamese Team

Published : Jun 25, 2024, 8:50 PM IST

BANK SCAM
ASSAM GAMEEN VIKASH BANK (ETV Bharat Assam)

যোৰহাট, ২৫ জুন: অসম গ্ৰামীণ বিকাশ বেংকত ৮.২৮ কোটি টকাৰ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ । অসমৰ যোৰহাট, তিনিচুকীয়া, ডিব্ৰুগড়কে ধৰি ৭ টা স্থানত আৰু পশ্চিম বংগৰ এটা স্থানত চলিছে চি বি আইৰ অভিযান । যোৰহাটৰ তিতাবৰৰ মাধপুৰ শাখাৰ পৰিচালক প্ৰশান্ত বৰা, সহকাৰী পৰিচালক প্ৰিয়াংশু পল্লব গগৈ, কোষাধ্যক্ষ সত্যজিৎ চলিহা আৰু আন এজনৰ বিৰুদ্ধে চলিছে এই অভিযান ।

ইতিপূৰ্বে শাখা পৰিচালক প্ৰশান্ত বৰা আৰু সহকাৰী পৰিচালক প্ৰিয়াংশু পল্লব গগৈক চাকৰিৰ পৰা নিলম্বিত কৰা হৈছে । এই বৃহৎ পৰিমাণৰ ধন ভুৱা আত্মসহায়ক গোটক প্ৰদান কৰাৰ নামত জালিয়াতিৰে অন্য বেংকৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰি আত্মসাৎ বিষয়া কেইগৰাকীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.