ETV Bharat / snippets

প্ৰৱেশপত্ৰ প্ৰদানত খেলিমেলিৰ অভিযোগ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে

author img

By ETV Bharat Assamese Team

Published : Jun 5, 2024, 7:33 PM IST

accused of irregularities in issuing admit cards in Guwahati University
প্ৰৱেশ পত্ৰ প্ৰদানত খেলিমেলিৰ অভিযোগ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে (Etv bharat assam)

গুৱাহাটী, 5 জুন: বিতৰ্কই লগ এৰা দিয়া নাই গুৱাহাটী বিশ্ববিদ্যালয়ক । এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ কলেজৰ স্নাতক পৰ্যায়ৰ প্ৰশিক্ষাৰ্থীৰ প্ৰৱেশপত্ৰ প্ৰদানত ব্যাপক খেলিমেলি হোৱা বুলি অভিযোগ উত্থাপিত হৈছে । অভিযোগ অনুসৰি, শিক্ষাৰ্থীয়ে প্ৰ-পত্ৰ জমা দিয়াৰ সময়ত মেজৰ হিচাপে উল্লেখ কৰিছিল এটা বিষয় আৰু এডমিট কাৰ্ডত মেজৰ হিচাপে আন এটা বিষয় উল্লেখ আছে ।

বিশ্ববিদ্যালয়ৰ প’ৰ্টেলযোগে আবেদন কৰাৰ পিচত একাংশ শিক্ষাৰ্থীৰ প্ৰৱেশপত্ৰত ধৰা পৰে এই বিসংগতি । এই সমগ্ৰ বিষয়টোক লৈ ইতিমধ্যে জৰুৰী বৈঠকো অনুষ্ঠিত কৰিছে বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰকে । ইফালে বৰপেটাতো টকা উৎকোচ দি এজন ছাত্ৰই নম্বৰ বঢ়োৱাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.