ETV Bharat / snippets

নিয়ন্ত্ৰণ হেৰুৱাই গদাধৰ নৈত পৰিল বাহন

author img

By ETV Bharat Assamese Team

Published : Jun 22, 2024, 11:32 AM IST

Accident in Dhubri
নৈত পৰিল বাহন (ETV Bharat Assam)

ধুবুৰী, 22 জুন : ধুবুৰীত অঘটন । নিয়ন্ত্ৰণ হেৰুৱাই তীব্ৰ বেগী AS 17H 8357 নম্বৰৰ বাহন এখন বাগৰি পৰিল গদাধৰ নৈত । তাৰ পাচতে অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷

বাতৰি যুগুত কৰা পৰলৈকে বাহনখনত চালকজনৰ বাহিৰে আন কোনো যাত্ৰী নাছিল বুলি জানিব পৰা গৈছে ৷ চালকজনৰ নাম হাকিম ৰহমান, ঘৰ গৌৰীপুৰৰ বেপাৰীপট্টিত বুলি ধুবুৰী আৰক্ষীয়ে পৰিচয় লাভ কৰিছে ৷ দুৰ্ঘটনা সংগঠিত হোৱা প্ৰায় বহু সময়ৰ অন্তত SDRF বাহিনীৰ দলে অভিযান চলাই বাহনখন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.