ETV Bharat / snippets

পুখুৰীত সাঁতুৰিবলৈ গৈ প্ৰাণ গ’ল ছাব্বিশ বছৰীয়া যুৱকৰ

author img

By ETV Bharat Assamese Team

Published : Jul 24, 2024, 10:21 PM IST

DEATH BY DROWNING KALIABOR
সাঁতুৰিবলৈ গৈ প্ৰাণ গ’ল ছাব্বিশ বছৰীয়া যুৱকৰ (ETV Bharat Assam)

কলিয়াবৰ, 24 জুলাই : প্ৰচণ্ড গৰমৰ পৰা ৰক্ষা পাবলৈ বন্ধুৰ সৈতে পুখুৰীত সাঁতুৰিবলৈ গৈ প্ৰাণ গ’ল ছাব্বিশ বছৰীয়া যুৱকৰ ৷ কলিয়াবৰৰ জমখলা গাঁৱত সংঘটিত হয় এই শোকাবহ ঘটনা ৷ জমখলাৰ এটা পুখুৰীত পৰি আকস্মিক মৃত্যু হয় জিতুল শইকীয়া (২৬) নামৰ যুৱকজনৰ ৷ বন্ধুৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত হয় জিতুলৰ পৰিয়ালৰ লগতে গাঁওবাসী ৷ পৰৱৰ্তী সময়ত ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ দল উপস্থিত হৈ পুখুৰীৰ পৰা উদ্ধাৰ কৰে জিতুলৰ মৃতদেহ । সাঁতুৰিব নজনাৰ ফলতেই দ পুখুৰীটোত ডুব যায় যুৱকজন ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.