ETV Bharat / snippets

আচৰিত ! পুখুৰীত ওলাল ৩২ কিঃগ্ৰাঃ ওজনৰ মাছ

author img

By ETV Bharat Assamese Team

Published : Jul 20, 2024, 6:06 PM IST

A 32 kg fish was caught in the net of a fisherman in Mahabubabad
আচৰিত! পুখুৰীত ওলাল ৩২ কিঃগ্ৰাঃ ওজনৰ মাছ (ETV Bharat Assam)

নেশ্যনেল ডেস্ক,২০ জুলাই: শুকুৰবাৰে তেলেংগানাৰ মহাবুবাবাদ জিলাৰ কোঠাগুড়া মণ্ডলৰ গুণ্ডামত এটা পুখুৰীত মাছমৰীয়াৰ জালত পৰিল এটা ৩২ কিলোগ্ৰাম মাছ । শেহতীয়াকৈ অঞ্চলটোত হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত পুখুৰীটোলৈ বাহিৰৰ পৰা পানী সোমাইছিল আৰু পানীৰ সোঁতত ডাঙৰ ডাঙৰ মাছে পুখুৰীটোত প্ৰৱেশ কৰিছিল ।

এনে সময়তে মাছ ধৰাৰ বাবে পিলি সতীশ নামৰ এজন মাছমৰীয়াই পুখুৰীটোলৈ পানী সোমোৱা স্থানত জাল পাতিছিল । মাছমৰীয়াজনে পতা জালত লাগিছিল প্ৰকাণ্ড মাছটো । ইমান ডাঙৰ মাছটো জালত লগাত আনন্দত উৎফুল্লিত হৈ পৰে পিলি সতীশ নামৰ মাছমৰীয়াজন ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.