ETV Bharat / technology

বজাৰত মুকলি realme ৰ নতুন টেবলেট - Lowest price tablets in India

author img

By ETV Bharat Tech Team

Published : Sep 16, 2024, 11:02 AM IST

Realme pad 2 lite tablet: চীনা কোম্পানী Realme এ ভাৰতত মুকলি কৰিছে আন এটা নতুন ডিভাইচ । শেহতীয়াকৈ কোম্পানীটোৱে বজাৰত মুকলি কৰিছে Realme Pad 2 Lite নামৰ এটা বাজেট টেবলেট । এক অনলাইন অনুষ্ঠানত মুকলি কৰা হয় এই টেবলেটটো ৷

Etv Bharat
বজাৰত মুকলি realme ৰ নতুন টেবলেট (Realme India)

নিউজ ডেস্ক, 16 ছেপ্টেম্বৰ: ভাৰতত মুকলি হ’ল Realme Pad 2 Lite 4G টেবলেট । ইয়াৰ দাম আৰু বৈশিষ্ট্যসমূহ জানো আহক ---

শেহতীয়াকৈ টেবলেটৰ বজাৰখন পূৰ্বতকৈ যথেষ্ট নিস্তব্ধ হৈ থকাৰ বিপৰীতে Realme, Xiaomi, Lenovo, আৰু Samsung আদি ব্ৰেণ্ডে এণ্ড্ৰইড টেবলেট এতিয়াও সময়ে সময়ে মুকলি কৰি আছে । শেহতীয়াকৈ Realme এ বহু প্ৰত্যাশিত Realme Pad 2 Lite 4G টেবলেট অতি সুলভ মূল্যত মুকলি কৰিছে, বিভিন্ন বৈশিষ্ট্যসংযুক্ত এই টেবলেটটো ব্যৱহাৰকাৰীয়ে ব্যৱহাৰ কৰি ভাল পাব বুলি আশা কৰা হৈছে । ইয়াৰ কিছুমান ষ্টেণ্ডআউট বৈশিষ্ট্যৰ ভিতৰত আছে 4G কলিং সমৰ্থন, এটা 2K ডিছপ্লে, আৰু এটা শক্তিশালী 8,300mAh বেটাৰী ।

Realme Pad 2 Light মুকলি

ই-কমাৰ্চ প্লেটফৰ্ম Flipkar এ ইতিমধ্যে Realme Pad 2 Lite মুকলিৰ বাবে এটা নিৰ্দিষ্ট মাইক্ৰ’ছাইট স্থাপন কৰিছে । 13 ছেপ্টেম্বৰৰ দিনা দিনৰ 12 বজাত মুকলি কৰা হয় এই টেবলেটটো । গ্ৰাহকে Flipkart আৰু Realme India website দুয়োটাতে Realme Pad 2 Lite ৰ অৰ্ডাৰ দিবলৈ আৰম্ভ কৰিব পাৰিব ।

Realme Pad 2 Light ৰ বৈশিষ্ট্য:

  • টেবলেটত 2K ৰিজ’লিউচন ডিছপ্লে
  • 90Hz ৰিফ্ৰেছ ৰেট
  • 8300mAh বেটাৰী
  • 1920 x 1200 পিক্সেল ৰিজ’লিউচন
  • 450 নিট উজ্জ্বলতা
  • কোৱাড ষ্টেৰিঅ’ স্পীকাৰ চিষ্টেম
  • স্ফটিক স্বচ্ছ দৃশ্য
  • ডুৱেল কেমেৰা ছেটআপ
  • অ' এছ এণ্ড্ৰইড 14
  • ষ্ট’ৰেজ ভেৰিয়েন্ট হৈছে 4GB+128GB আৰু 8GB+128GB
  • প্ৰচেছৰ – হেলিঅ’ G99
  • ৰেম-8GB
  • 15W চাৰ্জিং সমৰ্থন
    Realme India

ভাৰতত Realme Pad 2 Lite মূল্য

  • Realme Pad 2 Lite ৰ মূল্য 14,999 টকাৰ পৰা 16,999 টকাৰ ভিতৰত
  • 4GB + 128GB মডেলৰ মূল্য 14,999 টকা
  • একেদৰে 8GB + 128GB মডেলৰ মূল্য 16,999 টকা
  • ইয়াৰ পূৰ্বে Realme Pad 2 ৰ মূল্য আছিল 19-22 হাজাৰ টকা
  • অনলাইন শ্বপিং প্লেটফৰ্ম ফ্লিপকাৰ্ট আৰু ৰিয়েলমিৰ অফিচিয়েল ৱেবছাইটত কিছুদিনৰ ভিতৰত এই টেবলেটটো ক্ৰয় কৰিব পাৰিব ।

লগতে পঢ়ক: চীনৰ বজাৰত মুকলি বিশ্বৰ প্ৰথমটো ভাঁজ কৰিব পৰা স্মাৰ্টফোন - Foldable mobile phones

আপুনি গম নোপোৱাকৈ আপোনাৰ শৰীৰত বাঁহ লৈছে নেকি এবিধ ৰোগে ! ধৰা পেলাব হাতৰ ঘড়ীটোৱে - Sleep apnea detection Watch

ভাৰতৰ পৰা এপলৰ আইফোন ৰপ্তানি 5 মাহত বৃদ্ধি 5 বিলিয়ন মাৰ্কিন ডলাৰ - Apple india

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.